দিনটোৰ ৰাশিফল

weekly horoscope 2021 july week 11 17 july

মেষ :কর্মত শুভ, মাংগলিক কার্যত ব্ৰু থাকিব। খৰ কমিব, শত্রু নাশ, ভ্ৰমণত মাধ্যম, শুভ ৰং ৰঙা।

বৃষ : কর্মক্ষেত্ৰত উন্নতি, শুভ কাম্য সিদ্ধি কৰিব পাৰিব, শৰীৰ মাধ্যম, পূব দিশত ভ্রমণ কৰিব, শুভ ৰং হালধীয়া।

মিথুন : প্রতিবেশীৰ পৰা কষ্ট পাব; খৰচ বৃদ্ধি, কাৰ্যকৰী চিন্তা, ৰাজনীতি আৰু সামাজিক ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি, শুভ সংখ্যা ৩, শুভ ৰং নীলা।

কর্কট : কর্মব্যস্ততা বৃদ্ধি, খৰচ বৃদ্ধি, মানসিক শান্তি, শিল্পী সাহিত্যিক সন্মান বৃদ্ধি, শুভ ৰং ৰঙা।

সিংহ: সৎলােকৰ শুভ ৰং আকাশী, অর্থ লাভ। সান্নিধ্য লাভ, কর্মব্যস্তৃতা বৃদ্ধি, অর্থ লাভ, শিৱ মন্দিৰ দৰ্শন কৰক, ভ্ৰমণত মাধ্যম, শুভ ৰং মেৰুণ।

কন্যা : মূল্যবান সম্পদ লাভ, নিষ্ঠাৰে কাম কৰিব, উদাৰৰ ভাৱ প্ৰকাশ, বিদ্যাত বুদ্ধিত উন্নতি, শুভ ৰং মুগা।

তুলা : তীর্থ ভ্ৰমণৰ যুগ, বন্যপ্রাণীৰ পৰা সাৱধান, অধ্যৱসায় দ্বাৰা উন্নতি, বিদ্যাত শুভ, শুভ ৰং নীলা।

বৃশ্চিক: কঠোৰ পৰিশ্ৰমৰ মর্যাদা পাব। ব্যৱসায়ত বৃদ্ধি, কর্মত উন্নতি,ভ্রমণ দক্ষিণ দিশত কৰিব, শুভ ৰং কমলা।

ধনু:শ্রম বৃদ্ধি, কর্তব্যৰ প্রতি দায়বদ্ধতা বৃদ্ধি। আনক অৱহেলা নকৰিব। সন্মান বৃদ্ধি, শৰীৰৰ মাধ্যম। শুভ ৰং সােণালী।

মকৰ: কর্মপ্রতিভা উন্নত, শত্ৰুৰ পৰা সাৱধান, জ্ঞানী, গুৰু, সৎলােকৰ সান্নিধ্যই উপকৃত হ’ব; শুভ ৰং ৰঙা।

কুম্ভ : নিৰামিষ খাওক, বিদ্যা বুদ্ধিত শুভ, ভ্ৰমণত মাধ্যম, বন্য প্রাণীৰ পৰা সাৱধান হওক, শুভ ৰং গেৰুৱা।

মীন : কর্মব্যস্ততা বৃদ্ধি, অন্ধবিশ্বাস ক্ষতি কৰিব পাৰে। সূর্যক পূজা কৰিব, ব্যৱসায়ত মাধ্যম, শুভ ৰং গেৰুৱা।

Exit mobile version