দিনটোৰ ৰাশিফল

weekly horoscope 2021 july week 11 17 july 1

মেষ :আনৰ প্ৰতি আঁকোৰগোঁজ ভাব হ’ব পাৰে। কর্ম ব্যস্ততা বৃদ্ধি, প্রেমত শুভ সম্পদ লাভ, শুভ ৰং মাখন। শুভ সংখ্যা ২।

বৃষ :খৰচ বৃদ্ধি, ভ্ৰমণত শুভ, বন্ধুৰ পৰা উপকৃত হ’ব; সুস্থিৰ চিন্তাৰ সমস্যা সমাধন, শুভ ৰং নীলা, শুভ সংখ্যা ৮।

মিথুন:ব্যৱসত বাণিজ্যত শুভ, বিদ্যাত শুভ, শিক্ষাবিদ, ৰাজনীতিবিদসকলৰ ব্যস্ততা বৃদ্ধি। শুভ ৰং বগা, শুভ সংখ্যা ৬।

কর্কট : কার্য সিদ্ধিযুগ, পাৰিলে নিৰামিষ আহাৰ গ্ৰহণ কৰিব, বন্ধুৰ পৰা। উৎসাহ পাব। শিৱ মন্দিৰ দৰ্শন, শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫।

সিংহ: শিৱ মন্দিৰ দর্শনে কৰিব, কার্যসিদ্ধি, ভ্রমণ সোঁ ফালে কৰিব পৰিশ্ৰমৰ উপযুক্ত মর্যাদা পাব, শুভ ৰং নীলা, শুভ সংখ্যা ২।

কন্যা :কর্মত নিষ্ঠা, সততা, দক্ষতা প্রকাশ পাব, প্রেমত মাধ্যম, আনক অন্যায় নকৰিব। ভ্ৰমণত শুভ, শুভ ৰং বেঙুণীয়া, শুভ সংখ্যা ১।

তুলা :জ্ঞানী লােকৰ সান্নিধ্য পাব, বেল গছৰ তলত চাকি জুলাওক, ব্যৱসায়ত উন্নতি, শুভ ৰং ক্রীম, শুভ সংখ্যা ৭।

বৃশ্চিক :কার্যসিদ্ধিত আনৰ প্ৰভাৱ পৰিব পাৰে। পানীৰ পৰা ভয়, শিক্ষাবিদ লেখকা আদিৰ কর্মব্যস্ততা বৃদ্ধি, শুভ ৰং মেৰুণ, শুভ সংখ্যা ৪।

ধনু : কর্মস্থান কিছু জটিলতা হ’ব পাৰে, পৰিৱেশৰ লগত মিলাই কাম কৰক, হুমূৰকৈ কাম নকৰিব, শুভ ৰং বগা, শুভ সংখ্যা ২।

মকৰ : শিং থকা জন্তুৰ পৰা সাৱধান হওক। প্রেম মাধ্যম, সংঘাটি আঁতৰিব কর্মত শুভ, বন্ধুৰ উৎসাহিত হ’ব, শুভ ৰং সােণালী, শুভ। সংখ্যা ১।

কুম্ভ : শাৰীৰিক আৰু মানসিক শান্তি লাভ, জেদ ভাব মনলৈ নানিব। কর্মস্থান মাধ্যম, কলা গৰুক ৰুটি খুৱাক, শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩।

মীন : আনৰ প্রতি উদাৰতা প্রকাশ, কর্তব্যৰ প্রতি দায়বদ্ধতা বৃদ্ধি, প্ৰদূষণৰ পৰা কষ্ট হ’ব পাৰে। শিৱ মন্দিৰ দৰ্শন কৰক, শুভ ৰং ৰঙা, শুভ সংখ্যা ৪।

Exit mobile version