ছহিদক অপমান কৰা শ্বেৰমান আলীক নিলম্বন

WhatsApp Image 2021 10 04 at 11.05.35 AM

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই দলৰ পৰা নিলম্বন কৰিলে শ্বেৰমান আলীক ।

কিছুদিন পূৰ্বে শ্বেৰমান আলীয়ে ছহিদক লৈ কটু মন্তব্য কৰিছিল । ইয়াকে লৈ সমগ্ৰ ৰাজ্যত প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হৈ পৰে ।

সম্প্ৰতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে শ্বেৰমানক পানবজাৰ আৰক্ষীৰ জিম্মাত ৰখা হৈছে ।

Exit mobile version