দিনটোৰ ৰাশিফল

zodiac signs

মেষ :পৰিৱেশ আস্থিকতাৰ থাকিব পাৰ, শৰীৰ প্রতি সচেতন হওক, নতুন যােগাযােগৰ পৰা আনন্দিত। কর্মক্ষেত্ৰত
মধ্যম, শুভ ৰং বগা।

বৃষ :খৰচ বৃদ্ধি বিয়াৰ যােগাযােগত শুভ, কার্যক্ষেত্ৰত মাধ্যম, শৰীৰ প্রতি নজৰ দিয়ক, বিদ্যাত মাধ্যম, শুভ ৰং মাখন।

মিথুন :মাতৃৰ শুভ, কর্মক্ষেত্ৰত জটিলতা, বিদ্যাত শুভ। ব্যয় বৃদ্ধি, তুলসীৰ তলত পানী দিয়ক। শুভ ৰং গেলপীয়া।

কর্কট : মনৰ দৃঢ়তা বৃদ্ধি ও কর্মত উন্নতি। হতাশা আঁতৰিব, যানবাহন লাভ ইলেকট্রিকৰ পৰা সাৱধান, শুভ ৰং পাতল নীলা।

সিংহ : দুষ্ট লােকৰ পৰা সাৱধান। দুষ্ট গােপন শুক্র বৃদ্ধি, কার্যক্ষেত্ৰত উন্নতি, ভ্ৰমণত কষ্ট, শুভ ৰং সােণালী।

কন্যা :কর্মত উন্নতি, নিজ স্থিতি অটুট ৰাখক, বন্ধুৰ পৰা উৎসাহ পাব, দুখীয়াক অন্ন দান কৰক। শুভ ৰং ডাঠ নীলা।

তুলা : কর্মত শুভ, আবেগত কোনাে সিদ্ধান্ত নহ’ব, বিদ্যাত চেষ্টা কৰক, ভ্রমণ দক্ষিণ দিশৰ পৰা কৰিব, শুভ ৰং হালধীয়া।

বৃশ্চিক :কর্মস্থানত জটিলতা কমিব, সন্তানৰ শুভ, দূৰ ভ্ৰমণৰ যােগ,দুপৰীয়া নিৰামিষ আহাৰ গ্ৰহণ কৰিব, শুভ ৰং বগা।

ধনু :ব্যৱসায়ত উন্নতি, কর্মস্থানত উদাৰতা, শৰীৰৰ উন্নতি, আনৰ কথাত গুৰুত্ব নিদিব। শুভ ৰং কমলা।

মকৰ : কর্মত দক্ষতা। প্রতিভা বিকাশ, নতুন চিন্তাত আনন্দিত কৰিব, ভ্ৰমণত শুভ। বিদ্যাত যত্ন লওঁক, শুভ ৰং ৰঙা।

কুম্ভ : কর্মত উন্নতি। বিদ্যাত আনন্দ, সন্মান হানি হ’ব পাৰে, দাম্পত্যত শুভ। শুভ ৰং মেৰুণ।

মীন :ভ্রাতৃৰ উন্নতি, দুষ্ট লােকৰ পৰা সাৱধান, ব্যয় বৃদ্ধি, ভ্ৰমণত সফল। শৰীৰ উন্নতি, শুভ ৰং সােণালী।

Exit mobile version