দিনটোৰ ৰাশিফল

about

মেষ :এই ৰাশি জাতক জাতিকাৰ, স্বাস্থ্য বৰ ভাল দেখা নাযায়। চাকৰিয়ালৰ মাধ্যম। বিদ্যাত কষ্ট কৰিলে বিদ্যার্থীসকলে ভাল ফল পাব। শুভ ৰং আকাশী নীলা।

বৃষ :সমাজ কল্যাণ মূলক সামাজিক কর্মত সুনাম বৃদ্ধি। বিদ্যাত ভাল ক’ব পৰা যায়। আর্থিকত বৰ ভাল দেখা যায়। শুভ ৰং বগা।

মিথুন : আপােনাৰ পাৰিবাৰিক দায়িত্ব বৃদ্ধি। নিবনুৱাৰ সংস্থাপন যােগ বিদ্যামান। প্ৰেমত শুভ। শুভ ৰং গুলপীয়া।

কর্কট: ৰাজনীতিবিদ সকলৰ কাৰণে দিনটো সংকটপূর্ণ। চাকৰিয়ালৰ গতানুগতিক। ধন লেনদেনত সর্তক থকা ভাল হ’ব। শুভ ৰং ৰঙা।

সিংহ : মাতৃৰ অসুস্থতাৰ কাৰণে দিনটো বৰ ভাল নাযাব। বিদ্যার্থীসকলৰ বাবেই ভাল। ব্যৱসায়ী সকলে নতুন কামত হাত দিব পাৰিব। শুভ ৰং কলা।

কন্যা : দিনটোত কোনাে সংবাদে মন প্রফুল্ল কৰিব। প্ৰেমত মানসিক দ্বন্দ্ব থাকিব। নিবনুৱাৰ কর্ম সংস্থাপন যােগ। শুভ ৰং বগা।

তুলা :ব্যৱসায়ত কঠিন প্রতিযােগিতা সম্মুখীন হ’ব আৰু এই ক্ষেত্ৰত আনক বিশ্বাস নকৰি নিজৰ বুদ্ধি আৰু কৌশল প্রয়ােগ কৰক। শুভ ৰং হালধীয়া।

বৃশ্চিক : সাৱধানে কর্মাদিত মন দিয়ক। ব্যৱসায়ত ভাল। প্ৰেমত শুভ। সন্তানৰ প্রতি চকু ৰাখক। শুভ ৰং নীলা।

ধনু : ধর্মীয় বিশ্বাস অটুট থাকিব। ঠিকাদাৰি ব্যৱসায়ত ভাল নহ’ব। বিদ্যার্থীসকলৰ বাবে দিনটো শুভ। শুভ ৰং গেৰুৱা।

মকৰ :বিদেশ ভ্রমণ শুভ দেখা যায়। চাকৰিয়ালৰ মাধ্যম। বিদ্যার্থীসকলে ভবা মতে ফল নাপাব। আইনৰ সমস্যাৰ সমাধান হ’ব। শুভ ৰং সেউজীয়া।

কুম্ভ: আপােনাৰ কন্যা সন্তানৰ বিবাহৰ যােগ। আর্থিক ভাল যদিও শত্রু পৰা ক্ষতি হােৱা সম্ভাৱনা। প্ৰেমত মাধ্যম। শুভ ৰং বগা।

মীন :বিদ্যাত বাধাৰ মাজেৰে অগ্রগতি লাভ। দাম্পত্য ভাল। কবি, সাহিত্যকসকলৰ জনপ্রিয়তা বৃদ্ধি পাব। টকা-পইচা লেন-দেনত সাৱধান। বিদ্যার্থীসকলৰ ভাল। প্ৰেমত মধ্যম। শুভ ৰং হালধীয়া।

Exit mobile version