দেৱীক বিসৰ্জন দিবলৈ ভক্তৰ ভিৰ কাছমাৰী ঘাটত

IMG 20211015 WA0019

আজি বিজয়া দশমী । পাঁচ দিন উলহ-মালহেৰে পূজা উদ্‌যাপন কৰাৰ পাছত আজি অন্ত পৰিব শাৰদীয় দুৰ্গোৎসৱৰ । দেৱীক বিদায় দিবলৈ পুৱাৰে পৰা গুৱাহাটীৰ কাছমাৰী ঘাটত ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে ।

ADVERTISEMENT

 

মহানগৰীত অনুষ্ঠিত প্ৰায় ছয় শতাধিক পূজাৰ এই পৰ্যন্ত হেঙেৰা বাৰী, কুমাৰ পৰা, লাল গণেশ, মণিপুৰী জগন্নাথ বাৰী দুৰ্গা পূজা কমিটী, সংকট মোচন আশ্ৰম, এবিচি তৰুণনগৰ দূৰ্গা পূজা কমিটী, দক্ষিণ শৰণীয়া গান্ধীমণ্ডপকে ধৰি ৭৭ টা মণ্ডপৰ দেৱী বিসৰ্জন দিয়া হৈছে ।

Exit mobile version