ক’ভিড আপডেট

covid test 1296x728 header

●  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ১৪,১৪৬ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

● দৈনিক সংক্ৰমণৰ হাৰ ১.২৯ শতাংশ ।

● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,৪০,৬৭,৭১৯ জন ।

● ইতিমধ্যে ৪,৫২,১২৪ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

● বিগত ২৪ ঘণ্টাত ১৪৪ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।

● ইতিমধ্যে ৫৯,০৯,৩৫,৩৮১ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● বিগত ২৪ ঘণ্টাত ১১,০০,১২৩ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● ভাৰতৰ ৯৭,৬৫,৮৯,৫৪০ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।

● বিগত ২৪ ঘণ্টাত ৪১,২০,৭৭২ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Exit mobile version