দিনটোৰ ৰাশিফল

zodiac signs

মেষ : এই ৰাশি জাতক-জাতিকাৰ চাকৰিৰ ক্ষেত্ৰত কর্তৃপক্ষৰ লগত মতবিৰােধ দেখা যায়। যান-বাহনৰ পৰা সাৱধান। শুভ ৰং বগা, সংখ্যা ২।

বৃষ : শত্ৰুৰ পৰা সাৱধানে থাকিব। বিদ্যার্থীসকলে ভবা মতে ভাল ফলাফল। নাপাব পাৰে। পুৰণি ৰােগ উপশম হােৱাৰ সম্ভৱনা আছে। শুভ ৰং হালধীয়া, সংখ্যা ১।

মিথুন :এই ৰাখিৰ জাতক-জাতিকাসকলে আজি গা ধােৱাৰ পাছত এটা তামৰ পাত্ৰত শুদ্ধপানী, এটা ৰঙাফুল, তিনিটা দুৱৰি, এটা তুলসীৰ পা লৈ শিৱ মন্দিৰত পূজা কৰি বাহিৰত ওলাব।

কর্কট :দিনটো অলপ সাৱধানে চলিব। প্ৰেমত অশুভ। আন দুখীয়াক কিছু পৰিমাণ শুকান জলকীয়া দান কৰিব। শুভ ৰং ৰঙা, সংখ্যা ৬।

সিংহ : এই ৰাশিৰ জাতক-জাতিকাৰ পৰিয়ালৰ ক্ষেত্ৰত শুভ। পঢ়া-শুনাত বিদ্যার্থীৰ সকলে মনােযােগ দিয়াটো ভাল। ব্যৱসায়ৰ ক্ষেত্ৰত শুভ। শুভ ৰং নীলা, সংখ্যা ৭।

কন্যা : আপােনাৰ সুযোেগ লৈ কোনােবাই আপােনা ক্ষতি কৰিব পাৰে। শিক্ষার্থীৰ বাবে শুভ। চাকৰিয়ালৰ বাবে দিনটো শুভ। শুভ ৰং ৰঙা, সংখ্যা |

তুলা : আপােনাক কোনাে অশুভ সংবাদে মানসিক অশান্তি দিব পাৰে।শিক্ষাৰ ক্ষেত্ৰত অসুবিধা দেখা দিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত অশুভ। শুভং ৰং হালধীয়া, সংখ্যা ৮।

বৃশ্চিক : আপুনি ধৈৰ্য্য সহকাৰে কাম কৰিলে দিনটোত ভাল ফল পাব। আপােনাৰ নতুন ব্যৱসায়ৰ কাম আৰম্ভ কৰিব পাৰিব। শুভ ৰং সেউজীয়া, সংখ্যা ৯।

ধনু :দিনটো সাৱধানে থাকিব আপােনাৰ সুযােগ লৈ কোনােবাই আপােনাক ক্ষতি কৰিব পাৰে। শিক্ষার্থীৰ বাবে শুভ। শুভ ৰং ইটা, সংখ্যা ৩।

মকৰ :ব্যৱসায়ীসকলৰ বাবে শুভ। প্ৰেমত দিনটো অনুকূল। কর্ম ক্ষেত্ৰত অর্থ লাভ হ’ব। সন্তানৰ প্ৰতি চকু ৰাখক। শুভ ৰং ক্রীম, সংখ্যা ৭।

কুম্ভ : চাকৰিয়ালসকলে সাৱধান থাকিব। আয় বৃদ্ধি সুযােগ থাকিলেও সময়ৰ সম্ভৱনা কম। শুভ ৰং ৰঙা, সংখ্যা ৭।

মীন :আপােনাৰ কৰ্মৰ ক্ষেত্ৰত অর্থ লাভ হ’ব। বিদ্যার্থীৰ বাবে দিনটো শুভ। ব্যৱসায়ৰ ক্ষেত্ৰত অশুভ। শুভ ৰং ৰঙা, সংখ্যা ৬।

Exit mobile version