দিনটোৰ ৰাশিফল

images

মেষ : কর্মত সফলতা, যানবাহনৰ পৰা সাৱধান, ব্যৱসায়ত উন্নতি, শৰীৰ উন্নত। শুভ ৰং ৰঙা।

বৃষ : মাতৃৰ শুভ, শৰীৰৰ প্রতি যত্ন লওক, ভ্ৰমণত শুভ। কর্মত মাধ্যম, শুভ ৰং মূগা।

মিথুন :কর্মস্থানত সন্মান বৃদ্ধি, আপােনাৰ দুর্বলতা আনে সুবিধা ল’ব, বিবাহ প্রাথীৰ বিবাহৰ যােগাযােগত সফল, শৰীৰ উন্নত, শুভ ৰং মেৰুণ।

কর্কট : কর্মত সুস্থিৰতা বৃদ্ধি, গৃহত মাংগলিক কার্য সম্পন্ন হ’ব; বিদেশ ভ্রমণৰ সুযােগ পাব। শুভ ৰং হালধীয়া।

সিংহ : নতুন কর্মসংস্থাপনৰ যুগ, নিৰামিষ খাওক, মূল্যৱান সম্পদ লাভ, শুভ ৰং কলা, গৃহ নির্মাণত সফল হ’ব।

কন্যা : কর্মত সুস্থিৰ পৰিৱেশ। শিৱ মন্দিৰত পাৰিলে বেল গছ ৰােপণ কৰক,অর্থ লাভ, বিয়াৰ যােগ। শুভ ৰং ৰূপালী।

তুলা : আনক উপকাৰ কৰি মনৰ সন্তুষ্টি পাব। লেনদেন কৰােতে সাৱধান,ভ্ৰমণত শুভ। শুভ ৰং বেঙুণীয়া।

বৃশ্চিক: কর্মত শুভ, জুই পৰা সাৱধান, বস্ত্র, অলংকাৰ লাভ; ভ্ৰমণত কষ্ট অর্থ লাভ। শুভ ৰং সােণালী।

ধনু : কর্মত উন্নতি, বিবাহৰ সংযােগ, পেটৰ অসুখ। ৰক্তচাপ বৃদ্ধি, অর্থ লাভ। শুভ ৰং বগা।

মকৰ : খং কমাওক উন্নতি হ’ব, শিৱ মন্দিৰ দৰ্শন কৰক। কর্ম সংস্থাপনৰ যুগ আর্থিক উন্নতি, শুভ ৰং মেৰুণ।

কুম্ভ : নতুন যােগাযােগ সুফল। ভ্রমণ কৰােতে, সাৱধান হওঁক। প্ৰেমত শুভ। অর্থ লাভ। শুভ ৰং নীলা।

মীন : কর্মত শুভ, নিৰামিষ খাওক। শিৱ লিংগত গাখীৰ দিয়ক সুফল পাব;শৰীৰ উন্নত। শুভ ৰং বগা।

Exit mobile version