দিনটোৰ ৰাশিফল

horoscope 5

মেষ : ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম। সৰু-সুৰা বিৰােধী কথাত বেছি মন নিদিলে কর্মক্ষেত্ৰততা শুভ ফল। দাম্পত্যত শুভ। শুভ ৰং ক্রীম।

বৃষ : কর্মৰ ওপৰত বিশ্বাস থাকিব। কোনাে কাৰণে বিৰক্ত ভাব আহিব । পাৰে। শুভ ৰং নীলা।

মিথুন :সাধাৰণ খংৰাগ। কিন্তু উন্নত পৰিৱেশক সিয়ে ক্ষতি নকৰিব। প্রেম প্রীতিত মধ্যম আবেগ বৃদ্ধি। খৰচ বাঢ়িব। দৰকাৰী কামৰ বাবে কোনােৱে কৰা চেষ্টা সফল হ’ব। শুভ ৰং আকাশী নীলা।

কর্কট : ক্ষীপ্ত পৰিৱেশ আৰম্ভণিৰ সম্ভাৱনা হলেও প্রকট নহ’ব। শৰীৰৰ প্রতি যত্ন লােৱাটো দংকাৰ বিদ্যার্থীৰ মধ্যম। শুভ ৰং বগা।

সিংহ: ধৈর্যৰে প্রতিকূল বিষয়াদি নিয়ন্ত্ৰণৰ চেষ্টা কৰক। বিদ্যালাভত বাধা কম। ভ্রমণাদিত কষ্ট হলেও শুভ। শৰীৰ বৰ ভালেৰে যােৱা টান। নতুন সংবাদত আনন্দ। শুভ ৰং ক্রীম।

কন্যা : আনৰ কথাত অসন্তুষ্টি প্রকাশ। আত্মীয়ৰ সংগ লাভ। বিদ্যাত বেয়া নহ’ব। ব্যৱসায়ত খুব বেয়া নহ’ব। ভ্রমণ। শুভ ৰং কলা।

তুলা : দুই ধৰণৰ চিন্তাই আপােনাৰ কৰ্মত আহুকালৰ সৃষ্টি কৰিব। শৰীৰৰ প্রতি নজৰ ৰাখক। প্রিয় লােৰ কোনাে কথাত সন্তুষ্ট নহ’ব। শুভ ৰং বেঙুনীয়া।

বৃশ্চিক : কেতু মংগল, শুক্র, ৰবি যাৰ জীৱনত শুভ তেওঁৰ দিনটোত বেছি আহুকাল নাই। শৰীৰ মধ্যম। বিদ্যাত মধ্যম। শুভ ৰং নীলা।

ধনু : দৰিদ্ৰ নাৰায়ণৰ প্রতি চিন্তা থাকিলেও কিছু সন্দেহ মনত লাগি থাকিব। দাম্পত্য, সন্তান আদিৰ লগত মধ্যম প্ৰভাৱ। অর্থ লাভ। শুভ ৰং হালধীয়া।

মকৰ: মধ্যম হলেও সাৱধানেৰে দিনটো পাৰ কৰক। বিদ্যাত জটিলতা নাপায়। কর্মাদিও অযথা মন্থৰতা। শুভ ৰং ৰঙা।

কুম্ভ : খং-ৰাগ বৃদ্ধি পাব পাৰে। ঘৰুৱাত মধ্যম। ভ্ৰমণত সাৱধান হলে ভয় কম। পঢ়াত মধ্যম। শুভ ৰং বেঙুনীয়া।

মীন : উন্নত দিনৰ অনুমান। ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলাে নহ’ব। বিদ্যাত বাধা কম। শুভ ৰং ক্রীম।

Exit mobile version