দিনটোৰ ৰাশিফল

horoscope 5

মেষ :এই ৰাশিৰ জাতিক জাতিকাই অযথা খৰচ পাতিৰ ওপৰত নিয়ন্ত্রণ ৰাখক। ব্যৱসায় বাণিজ্যত গভীৰ মনােনিৱেশ নকৰিলে ক্ষতিৰ সম্ভাৱনা।

বৃষ : দৈনিক কাম-কাজত ব্যস্ততা বৃদ্ধি পালেও বিশেষ ভাল ফল পাব বুলি ক’ব পাৰি। বিদ্যার্থীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আজি দিনটো অনামিকা আঙুলিত এটা তামৰ আঙুঠি পিন্ধিব।

মিথুন :আর্থিক উন্নতিৰ সুযােগ আহিব, ব্যৱসায়ত উন্নতি অব্যাহত থাকিব। চাকৰিয়ালৰ বিভিন্ন ফালৰ পৰা সুযােগ আহিব।

কর্কট :আর্থিক ক্ষেত্ৰত ভাল ফল নাপাব, ব্যৱসায়ত কিছু কিছু সমস্যাই মনলৈ অশান্তি আনিব পাৰে, টকা পইচা আহিলেও সঞ্চয় নহ’ব।

সিংহ : দিনটোত মাজে সময় আপুনি মানসিকভাৱে উত্তেজিত হৈ থাকিব, দীঘলীয়া সময় ধৰি চলি অহা সমস্যাবােৰৰ সমাধান হ’ব পাৰে।

কন্যা :বিদ্যার্থীৰ মাধ্যম। আজি গাধােৱাৰ পাছত ২টা তুলসী পাতত বগা চন্দন লগাই পাতকেইটা খাই ল’ব। যাত্রা শুভ। প্ৰেমত মাধ্যম।

তুলা : জাতক জাতিকাসকলে শৰীৰক লৈ সাৱধানত থাকিব। কোনাে পুৰণি সমস্যা নতুনকৈ দেখা দিব পাৰে, বিদ্যার্থীসকলােৰ পঢ়া-শুনাৰ প্রতি অমনোেযােগ দেখা দিব।

বৃশ্চিক: ব্যৱসায়ীসকলােৰ বাবে দিনটো শুভ নহয়। কর্মক্ষেত্ৰত সমস্যা থাকিলেও বাধাৰ মাজেৰে অগ্রগতি লাভ কৰিব। দাম্পত্যত শান্তি থাকিলেও স্বামী স্ত্রীৰ স্বাস্থ্যক লৈ চিন্তা থাকিব।

ধনু:যান-বাহনৰ পৰা সাৱধানে থাকিব। কর্মক্ষেত্ৰত বাধা। সন্তান প্রতি নজৰ ৰাখিব। বিদ্যার্থীসকলে ভবা মতে ফল নাখাব।

মকৰ: শাৰীৰিক সমস্যাত ভুগিব পাৰে। আর্থিক উপার্জনত সমস্যা থাকিলেও শেষৰ ফালে উন্নতি অব্যাহত থাকিব। বিজ্ঞান বিভাগীয় উচ্চ বিদ্যার্থীৰ বাবে কষ্ট কৰিব লাগিব।

কুম্ভ : বিদ্যার্থীৰ সাফল্যৰ যোেগ থাকিলেও বন্ধু বান্ধৱীৰ পৰা সতর্ক থাকিব। ব্যৱসায়ত ভাল। চাকৰিৰ ক্ষেত্ৰত বাধা।

মীন:শৰীৰ বৰ ভাল দেখা যায়। দিনটোত কামত ব্যস্ততা দেখা দিব। প্ৰেমত ভাল। যান-বাহনৰ পৰা সাৱধান।

Exit mobile version