অস্থিঅ’ আথ্ৰাইটিছ ৰোগ আৰু ইয়াৰ লক্ষ‍্যণ কি শুনক চিকিৎসকৰ মুখেৰে

◆ অস্থিঅ’ আথ্ৰাইটিছ বেমাৰটো সাধাৰণতে অত্যধিক জোৰ পৰা শৰীৰৰ জোৰাত হয় ।

◆ সাধাৰণতে এই ৰোগ আঁঠুৰ গাঁঠি,গোৰোহাৰ গাঁঠি আৰু কঁকালত বেছিকৈ হয় ।

◆ অস্থিঅ’ আথ্ৰাইটিছ ৰোগটো বিশেষকৈ বংশগত ৰোগ ।

◆ অত্যাধিক শকত লোকৰ এই বেমাৰ হোৱাৰ সম্ভাৱনা অধিক থাকে ।

◆ ইয়াৰ লক্ষ‍্যণ হৈছে অত্যাধিক বিষ ।

Exit mobile version