দিনটোৰ ৰাশিফল

horoscope 5

মেষ :এই ৰাশিৰ জাতক জাতিকাই অযথা খৰচ ঘাতিৰ ওপৰত নিয়ন্ত্রণ। কমক। ব্যৱসায় বাণিজ্যত গভীৰ মনােনিৱেশ নকৰিলে ক্ষতিৰ সম্ভাৱনা।

বৃষ : দৈনিক কাম-কাজতত ব্যস্ততা বৃদ্ধি পালেও বিশেষ ভাল ফল পাব বুলি। ক’ব পাৰি। বিদ্যার্থীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আজি দিনটো অনামিকা আঙলীত এটা তামৰ আঙঠি পিন্ধিব।

মিথুন :আর্থিক উন্নতিৰ সুযােগ আহিব, ব্যৱসায়ত উন্নতি অব্যাহত থাকিব। চাকৰিয়ালৰ বিভিন্ন ফালৰ পৰা সুযােগ আহিব।

কর্কট :আর্থিক ক্ষেত্রত ভাল ফল নাপাব, ব্যৱসায়ত কিছু কিছু সমস্যাই মনলৈ অশান্তি আনিব পাৰে, টকা-পইচা আহিলেও সঞ্চয় নহ’ব।

সিংহ : দিনটোৰ মাজে সময় আপুনি মানসিকভাৱে উত্তেজিত হৈ থাকিব,দীঘলীয়া সময় ধৰি চলি অহা সমস্যাবােৰৰ সমাধান হ’ব পাৰে।

কন্যা : বিদ্যার্থীৰ মাধ্যম। আজি গাধােৱাৰ পাছত দুটা তুলসী পাতত বগা চন্দন লগাই পাতকেইটা খাই ল’ব। যাত্রা শুভ। প্ৰেমত মাধ্যম।

তুলা : জাতক জাতিকাসকলে শৰীৰকলৈ সাধাৰণত থাকিব। কোনাে পুৰণি সমস্যা নতুনকৈ দেখা দিব পাৰে, বিদ্যার্থীসকলােৰ পঢ়া-শুনাৰ প্ৰতি অমনােযােগ দেখা দিব।

বৃশ্চিক : ব্যৱসায়ীসকলােৰ বাবে দিনটো শুভ নহয়। কর্মক্ষেত্ৰত সমস্যা থাকিলেও বাধাৰ মাজেৰে অগ্রগতি লাভ কৰিব। দাম্পত্য শান্তি। থাকিলেও স্বামী-স্ত্রীৰ স্বাস্থ্যক লৈ চিন্তা থাকিব।

ধনু : যান-বাহনৰ পৰা সাৱধানে থাকিব। কর্মক্ষেত্ৰত বাধা। সন্তানৰ প্রতি নজৰ ৰাখিব। বিদ্যার্থীসকলে ভবা মতে ফল নাপাব।

মকৰ : কর্মক্ষেত্ৰত শুভফল লাভৰ সম্ভাৱনা আছে। স্থান পৰিৱৰ্তন, পদোন্নতি যশ বাধাৰ কাৰক। বিদ্যার্থীৰ পক্ষে শুভ মাহ।

কুম্ভ : বিদ্যার্থীৰ সাফল্যৰ যােগ থাকিলেও বন্ধু-বান্ধৱীৰ পৰা সর্তক থাকিব। থাকিব। ব্যৱসায়ত ভাল। চাকৰিৰ ক্ষেত্ৰত বাধা।

মীন : শৰীৰ বৰ ভাল দেখা নাযায়। দিনটোত কামৰ ব্যস্ততা দেখা দিব। প্ৰেমত ভাল। যান-বাহনৰ পৰা সাৱধান।

Exit mobile version