দিনটোৰ ৰাশিফল

images

মেষ : বিদ্যাৰ্থীৰ অনুকূল। মনত বল ৰাখক। ঘৰুৱা সমস্যা সাম কাটিব।আর্থিক মাধ্যম ক’ব পৰা যায়। প্ৰেমত মাধ্যম।

বৃষ: যানবাহন চলোৱাত সাবধান থাকিব। খাদ্য দ্রব্যৰ ব্যৱসায়ত ভাল দেখা যায়। প্ৰেমত মোটামোটি।

মিথুন: নিবনুৱাৰ ভাল-বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব। চাকৰিয়ালৰ মজলীয়া। দাম্পত্য ভালেই ক’ব পাৰি। প্ৰেমত শুভ।

কর্কট: শৰীৰ স্বাস্থ্য এক প্ৰকাৰ ভাল দেখা নাযায়। দূৰ ভ্ৰমণ হ’ব পাবে। ঘৰুৱাত শাস্তি। প্ৰেমত অশুভ।

সিংহ: কর্মক্ষেত্ৰত ভাল তথাপিতো নিজৰ ভাৱমূৰ্তি অম্লান ৰাখিবলৈ চেষ্টা হওক৷ ঘৰুৱা বিবাদৰ সমাধান বিচাৰি পাব।

কন্যা: আর্থিকত সফলতা দেখা যায়। দিনটো মনৰ কোনো আশা পূৰণ হ’ব পাবে। বাজনীতিবিদৰ ব্যস্ততা বৃদ্ধি। প্ৰেমত শাস্তি।

তুলা : সম্ভানৰ স্বাস্থ্য ভালেই দেখা যায়। চুটি ভ্রমণ হ’ব পাৰে। ঘৰত সামাজিক অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে। প্ৰেমত চিন্তা।

বৃশ্চিক: ভ্ৰাতৃৰ কৰ্মসূত্রে দূব স্থান গমন। প্ৰেমত বিয়া-বাৰুৰ কথা আগবাঢ়িব। মাতৃৰ স্বাস্থ্য ভাল দেখা নাযায়। বিদ্যাত মাধ্যম।

ধনু : সামাজিক কর্মতৰত সকলে সতর্ক থাকিক। কাৰণ দুষ্ট লোকৰ চক্ৰান্তত কৰ্মত বাধা দিব। সন্তানৰ হানি কৰিব পাৰে। বিদ্যাত শুভ।

মকৰ : পতি-পত্নীৰ মাজত বিচ্ছেদ। দিনটো সাৱধানে পাৰ কৰিব।কর্মক্ষেত্রতে সাবধান

কুম্ভ : ব্যবসায়ীসকলে সাবধান হোৱা ভাল। আর্থিকত ভাল দেখা নাযায়।ঘৰুৱা সমস্যা দেখা দিব।

মীন: পিতৃৰ শুভ। প্ৰেমত শুভ যদিও সাবধান। চাকৰিয়ালৰ মজলীয়া ।শৰীৰৰ যত্ন লওক। বিদ্যাত শুভ।

Exit mobile version