দিনটোৰ ৰাশিফল

horoscope 5

মেষঃ আনৰ প্ৰতি আঁকোৰগোঁজ ভাব হ’ব পাৰে। কৰ্ম ব্যস্ততা বৃদ্ধি, প্ৰেমত শুভ সম্পদ লাভ, শুভ ৰং মাখন। শুভ সংখ্যা ২ ।

বৃষঃ খৰচ বৃদ্ধি, ভ্ৰমণত শুভ, বন্ধুৰ পৰা উপকৃত হ’ব; সুস্থিৰ তিন্তাৰ সমস্যা সমাধান । শুভ ৰং নীলা, শুভ সংখ্যা ৮ ।

মিথুনঃ ব্যৱসায়-বাণিজ্যত শুভ, বিদ্যাত শুভ, শিক্ষাবিদ, ৰাজনীতিবিদসকলৰ ব্যস্ততা বৃদ্ধি । শুভ ৰং বগা, শুভ সংখ্যা ৬ ।

কৰ্কটঃ কাৰ্য সিদ্ধিযুগ,পাৰিলে নিৰামিষ আহাৰ গ্ৰহণ কৰিব, বন্ধুৰ পৰা উৎসাহ পাব । শিৱ মন্দিৰ দৰ্শন, শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫ ।

সিংহঃ শিৱ মন্দিৰ দৰ্শনে কৰিব কাৰ্যসিদ্ধি, ভ্ৰমণ সোঁফালে কৰিব পৰিশ্ৰমৰ উপযুক্ত মৰ্যাদা পাব, শুভ ৰং নীলা, শুভ সংখ্যা ২ ।

কন্যাঃ কৰ্মত নিষ্ঠা, সততা, দক্ষতা প্ৰকাশ পাব, প্ৰেমত মধ্যম, আনক অন্যায় নকৰিব । ভ্ৰমণত শুভ, শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১ ।

তুলাঃ জ্ঞানী লোকৰ সান্নিধ্য পাব, বেল গছৰ তলত চাকি জ্বলাওক, ব্যৱসায়ত উন্নতি, শুভ ৰং ক্ৰীম, শুভ সংখ্যা ৭ ।

বৃশ্চিকঃ কাৰ্যসিদ্ধিত আনৰ প্ৰভাৱ পৰিব পাৰে । পানীৰ পৰা ভয় শিক্ষাবিদ, লেখক আদিৰ কৰ্মব্যস্ততা বৃদ্ধি, শুভ ৰং মেৰুন, শুভ সংখ্যা ৪ ।

ধনুঃ কৰ্মস্থানত কিছু জটিলতা হ’ব পাৰে, পৰিৱেশৰ লগত মিলাই কাম কৰক, হুৰমূৰকৈ কাম নকৰিব, শুভ ৰং বগা, শুভ সংখ্যা ২ ।

মকৰঃ শিং থকা জন্তুৰ পৰা সাৱধান হ‌ওক । প্ৰেমত মধ্যম সংঘাত আঁতৰিব কৰ্মত শুভ, বন্ধুৰ উৎসাহিত হ’ব, শুভ ৰং সোণালী, শুভ সংখ্যা ১ ।

কুম্ভঃ শাৰীৰিক মানসিক শান্তি লাভ, জেদ ভাব মনলৈ নানিব । কৰ্মস্থান মধ্যম, ক’লা গৰুক ৰুটি খুৱাওক, শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩ ।

মীনঃ আনৰ প্ৰতি উদাৰতা প্ৰকাশ, কৰ্তব্যৰ প্ৰতি দায়ৱদ্ধতা বৃদ্ধি, প্ৰদূষণৰ পৰা কষ্ট হ’ব পাৰে । শিৱ মন্দিৰ দৰ্শন কৰক, শুভ ৰং ৰঙা, শুভ সংখ্যা ৪ ।

Exit mobile version