নিদ্রাহীনতাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব

default

★ নিশা সদায় এক নির্দিষ্ট সময়ত টোপনি যোৱাৰ অভ্যাস গঢ়িব লাগে। তেতিয়া শৰীৰটোৱে সেই নির্দিষ্ট সময়ত জিৰণি বা টোপনিৰ বাবে প্ৰস্তুত হ’ব।

★ পলমকৈ শোৱাৰ অভ্যাস ত্যাগ কৰিলেও সুফল পোৱা যায়।

★ শোৱাৰ পূৰ্বে কেতিয়াও চাহ, কফি সেৱন কৰিব নালাগে। কাৰণ কফিত থকা কেফিনে টোপনিত ব্যাঘাত জন্মায়।

★ শোৱা কোঠাত তীব্ৰ পোহৰৰ ব্যৱস্থা নথকাটোৱে মংগলজনক।

★ যিটো ঘৰত শোৱে তাত টিভি আদি ৰাখিব নালাগে ।

★ ঘৰৰ ভেণ্টিলেচন আদি খোলা ৰাখিব লাগে। কাৰণ ঘৰৰ ভিতৰত বাহিৰৰ বিশুদ্ধ বায়ু প্ৰৱেশ নকৰিলে ।

Exit mobile version