দিনটোৰ ৰাশিফল

zodiac sign1635477248938

মেষ: চাকৰিয়াল সকলৰ দিনটো শুভ। প্রেমত ভুল বুজাবুজি। বিদ্যাৰ্থীৰ মাধ্যম।

বৃষ : ৰাজনৈতিক ক্ষেত্ৰত জড়িত সকলৰ মাসসিক অশান্ত সৃষ্টি হ’ব।প্ৰেমত শুভ।

মিথুন: ব্যৱসায়ত সমস্যা দেখা দিব। বিদ্যাৰ্থীসকলৰ মাধ্যম। ভ্ৰমণৰ শুভ।

কর্কটঃ বেয়া মহিলাৰ পৰা সাৱধান, বদনাম হ’ব পাৰে। হৃদৰোগীসকলে সাৱধান হ’ব। দূৰ ভ্ৰমণ নকৰিব।

সিংহ : চাকৰিয়ালসকলে সাৱধান হ’ব। মতবিৰোধ হ’ব পাৰে। প্ৰেমত মোতামোটি।

কন্যা : ব্যৱসায়ত সমস্যা থাকিলেও দিনটো বেয়া নহয়। পুৰণা বন্ধুৰ লগত লগ পোৱাৰ সম্ভৱনা। প্ৰেমত শুভ।

তুলা : খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা। প্ৰেমত সুখৰ। মাতৃৰ শৰীৰক লৈ চিন্তা। বিদ্যাৰ্থীৰ শুভ।

বৃশ্চিক : বন্ধুৰ পৰা সহায় পাব। কিবা মূল্যৱান বস্তু ঘূৰাই পাব। সন্তানৰ বাবে চিন্তিত হ’ব।

ধনু : পৰিয়ালৰ ক্ষেত্ৰত শুভ। সন্তানৰ কাৰণে চিন্তা থাকিব। প্ৰেমত চিন্তা।

মকৰ : দিনটো শুভ। সুখ-শান্তি বৃদ্ধি পাব। বিদ্যাৰ্থীৰ পঢ়াত মনযোগ দিয়া ভাল। প্ৰেমত সুখ।

কুম্ভ : বিভিন্ন ধৰণৰ দুৰ্ঘটনা হোৱা সম্ভাৱ। শত্ৰুৰ বৃদ্ধি, দূৰ ভ্ৰমণ নকৰিব। প্ৰেমত শুভ।

মীন : কোনো সংবাদে মনটোৰ শান্তি দিব। শিক্ষাৰ ক্ষেত্ৰত অশুভ।প্ৰেমত শুভ।

Exit mobile version