বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত জনীয়াৰ ছাপৰাত লোমহৰ্ষক হত্যাকাণ্ড

অচিনাক্ত ঘাতকৰ হাতত প্ৰাণ গ’ল তাইজুদ্দিন মিঞাঁ (৫০) নামৰ এজন ব্যক্তিৰ

ADVERTISEMENT

বজাৰৰ পৰা নিজ গৃহলৈ আহি থকাৰ পথত সন্মুখৰ পৰা ডেগাৰেৰে আক্ৰমণ অচিনাক্ত ঘাতকৰ

থিতাতে নিহত তাইজুদ্দিন মিঞাঁ (৫০)

সন্ধিয়া প্ৰায় যোৱা নিশা সংঘটিত হয় এই ঘটনা

ঘাতকৰ সন্ধানত বৰপেটা আৰক্ষী

ঘটনা সংঘটিত কৰিয়েই ঘাতকৰ পলায়ন ।

Exit mobile version