দিনটোৰ ৰাশিফল

zodiac sign1635477248938

মেষ : কৰ্মত পদোন্নতি। ব্যৱসায়ত ভাল চলিব। প্রেমত শুভ। বিবাহৰ যোগ।

বৃষ : দিনটোত কোনো সাংবাদে মন প্রফুল্ল কৰিব। নিবনুৱাৰ কৰ্ম সংস্থাপন যোগ। প্ৰেমত সাৱধান।

মিথুন: নিজৰ ভুলৰ কাৰণে অশান্তিৰ সৃষ্টি হ’ব। সমাজকল্যাণ মূলক সামজিক কর্মত সুনাম বৃদ্ধি।

কর্কট : বিদ্যাত ভাল ক’ব পৰা যায়। চাকৰিয়ালৰ মাধ্যম। প্ৰেম আৰু দাম্পত্য গভীৰ দায়িত্ব।

সিংহ : আৰ্থিকত ভাল ক’ব পৰা যায়। কৰ্মপ্ৰাৰ্থীৰ মাধ্যম। ঘৰত অশান্তি।

কন্যা : ধর্মীয় বিশ্বাস অটুট থাকিব। দুর্ঘটনা হোৱাৰ সম্ভাৱনা আছে। পিতৃৰ স্বাস্থ্যৰ বাবে চিন্তিত।

তুলা : বিদেশ ভ্রমণ শুভ দেখা যায়। গাইনি, সমস্যা সমাধান হ’ব। বিদ্যাত ভাল দেখা নাযায়।

বৃশ্চিক : বিদ্যাত বাধাৰ মাজেৰে অগ্ৰগতি লাভ। দাম্পত্যত ভালেই দেখা যায়৷ প্ৰেমত শুভ।

ধনুঃ পাৰিবাৰিক চিন্তা। সন্তানৰ ওপৰত দায়িত্ব অর্পণ কৰক ঘৰুৱাত অশান্ত। প্ৰেমত চিন্তা।

মকৰ : শৰীৰ ঠিকেই থাকিব। বিদ্যাত ভাল। ৰাজনীতিবিদ সকলৰ শুভ। প্ৰেমত অশান্তি।

কুম্ভ : কর্মক্ষেত্ৰত সকলো কথা সহজভাবে গ্রহণ কৰাটো কঠিন হ’ব। প্রেম বা দাম্পত্যত খুব বেয়া।

মীন: সহযোগৰ সহায় লাভ। প্রেম-প্রীতিত অনুকূল। বিদ্যাত মনযোগ দিয়া দৰকাৰ৷ খৰচ বৃদ্ধি।

Exit mobile version