দিনটোৰ ৰাশিফল

zodiac sign1625278569597

মেষ: সমাজ কর্মত সুনাম বৃদ্ধি উচ্চ বিদ্যাত যত্ন কৰক। চুটি ভ্রমণ আছে প্ৰেমত ভাল দেখা যায়। শুভ ৰং নীলা।

বৃষ : পাৰিবাৰিক দায়বদ্ধ বৃদ্ধি পাব। দিনটোৰ মনৰ কোনো আশা পূৰণ হ’ব পাৰে। পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। শুভ ৰং হালধীয়া।

মিথুন: নিজালোকে প্ৰতাৰণা কৰিব পাৰে। লৌহ ব্যৱসায়ত ধন বিনিয়োগ কৰিব পাৰে। ভ্ৰমণ হ’ব পাৰে। শুভ ৰং ক’লা।

কর্কট: দাম্পত্য আৰু প্ৰেমত মাধ্যম। আমি লপ ক’লা তিল পানীত বিসর্জন দিব। শুভ ৰং হালধীয়া।

সিংহ: নিবনুৱাৰ ভাল ক’ব পৰা যায়। ঘৰত আলহী আগমন। প্ৰেমত গতানুগতিক। বিদ্যাত শুভ। চুটি ভ্ৰমণ হ’ব পাৰে। শুভ ৰং মেৰুন।

কন্যা : পাৰিবাৰি অশান্তি বৃদ্ধি পাব পাৰে। সতর্ক থাকক। সন্তানৰ শুভ বিদ্যার্থীয়ে ভবা মতে ফল নাপাব। প্রেমত শুভ। শুভ ৰং আকাশী নীলা

তুলা : কর্ম দায়িত্ব বৃদ্ধি পাব। ঘৰুৱা এক প্ৰকাৰ। বিদ্যাত মাধ্যম। স্বাস্থ্যৰ প্রতি যত্ন লওক। প্রেমত শুভ। শুভ ৰং সোণালী শুভ সংখ্যা ৯।

বৃশ্চিক : প্ৰেম আৰু দাম্পত্য ভাল ক’ব পৰা যায়। এডাল তুলসী মাল গুৰুজনাৰ দান দিব। ৰঙা পৰিধান কৰিব। শুভ সংখ্যা ৭।

ধনু : ধনাগম বৃদ্ধি পাব। যান-বাহন ক্ৰয় কৰিব পাৰে। বিবাহৰ যোগ। শুভ ৰং সেউজীয়া।

মকৰ : আপোনাৰ দুৰ্বলতাৰ কাৰণে অইন লোকে আপোনাক কথা শুনাব বিবাহৰ যোগ। বিদ্যাৰ্থীৰ কাৰণেও দিনটো ভাল। শুভ ৰং বগা।

কুম্ভ: ব্যৱসায়ত ভাল নতুন কাম হাতত ল’ব পাৰে। যান-বাহনৰ পৰা সাবধান। পাবলগীয়া ধন ঘুৰাই পাব। শুভ ৰং মেৰুণ।

মীন : পাৰিবাৰিক অশান্তি বৃদ্ধি পাব পাৰে। সতর্ক থাকক। কর্মত ব্যস্থত দেখা যায়। সন্তানৰ শুভ। প্ৰেমত অশুভ। হালধীয়া ৰং শুভ।

Exit mobile version