ক’ভিড আপডেট

121094037 1 976 gettyimages 1287184953

● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ১১,৪৫১ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

● দৈনিক সংক্ৰমণৰ হাৰ ১.৩২ শতাংশ ।

● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,৪৩,৬৬,৯৮৭ জন ।

● ইতিমধ্যে ৪,৬১,০৫৭ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

● বিগত ২৪ ঘণ্টাত ২৬৬ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।

● ইতিমধ্যে ৬১,৫৭,৫৫,৮০৫ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● বিগত ২৪ ঘণ্টাত ৮,৭০,০৫৮ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● ভাৰতৰ ১০৮,৪৭,২৩,০৪২ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।

● বিগত ২৪ ঘণ্টাত ২৩,৮৪,০৯৬ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Exit mobile version