দিনটোৰ ৰাশিফল

horoscope 22 november 2019 1578142673 1636210513 1

মেষ : সমাজ কর্মত সুনাম বৃদ্ধি। পাৰিবাৰিক দায়বদ্ধতাত বৃদ্ধি পাব। উচ্চ বিদ্যাত যত্ন কাৰক। প্ৰেমত শুভ।

বৃষ : ঘৰুৱা ভাল দেখা যায়। কর্ম লাভৰ বােগ। মাতৃৰ স্বাস্থ্য ভাল নাযাব। ধন বিনিয়ােগ নকৰা ভাল।

মিথুন :চুটি ভ্রমণ আছে। প্ৰেমত ভাল দেখা যায়। দিনটোত মনৰ কোনাে আশা পূৰণ হ’ব পাৰে।

কর্কট :গৱেষণা কর্মত সাফল্য লাভ। পিতা-মাতাৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। ভ্রমণ সফল হ’ব পাৰে।

সিংহ: ধনত মাধ্যম। যৌথ ব্যৱসায়ত সতর্ক দৃষ্টি ৰাখক। আর্থিক দিশতে সতর্ক থাকক। প্রেমত শুভ।

কন্যা :প্রেমত দাম্পত্য ভাল বুলি ক’ব পৰা যায়।পিতা-মাতাৰ তীর্থ ভ্রমণ যােগ। ভ্ৰমণত কষ্ট।

তুলা :দূৰ ভ্ৰমণ ৰ’দ হ’ব পাৰে। স্বাস্থ্যৰ প্রতি যত্ন লওক। নিম্ন লােকে প্ৰতাৰণা কৰিব পাৰে। ভ্রমণ নাই।

বৃশ্চিক:লৌহ ব্যৱসায়ত ধন বিনিয়ােগ কৰিব পাৰে। ভ্ৰমণত নাই। প্ৰেমত কষ্ট।

ধনু:পাৰিবাৰিক অশান্তি বৃদ্ধি পাব। সতর্ক থাকক। কর্মত শনিৰ দৃষ্টি থকা কাৰণে মাধ্যম ফল। সন্তানৰ শুভ।

মকৰ :নিবনুৱাৰ ভাল ক’ব পৰা যায়। ঘৰত আলহিৰ সমাগম। প্রেমত গতানুগতিক। চুটি ভ্রমণ হ’ব পাৰে।

কুম্ভ: আপােনাৰ দুর্বলতা কাৰণে অইন লােকে অন্যায় সুযােগ ল’ব পাৰে। দিয়া ধন আদায় হ’ব পাৰে। দিয়া ধন আদায় হ’ব পাৰে।

মীন:ধনাগণ বৃদ্ধি পার। যান-বাহন ক্রয় কৰিব পাৰে। দাম্পত্যত সুখ। কর্মত শনিৰ দৃষ্টি থকা কাৰণে মাধ্যম ফল। প্ৰেমত শুভ।

Exit mobile version