দিনটোৰ ৰাশিফল

horoscope 22 november 2019 1578142673 1636210513

মেষ :এই ৰাশি জাতক-জাতিকাই ফুৰা-চকাৰ ক্ষেত্ৰত সাৱধনা থাকিব নিৰামিষ আহাৰ গ্ৰহণ কৰিব। বিদ্যার্থীসকলৰ বাবে ভাল, প্ৰেমত শুভ শুভ ৰং ৰঙা।

বৃষ : আজি যাত্রা নকৰাই ভাল। সেউজীয়া ৰঙৰ কাপােৰ পিন্ধিব। শিৱৰ আৰাধনা কৰিব আজি। প্রেমত শুভ। শুভ ৰং বগা।

মিথুন : ঘৰৰ বাহিৰত শনিৰ আশন বনাই তিল তেলৰ প্রদীপ জুলাই শনিৰ আৰাধনা কৰিব। ব্যৱসায়ত ভাল, বিদ্যার্থীৰ বৰ ভাল দেখা নাযায়। শুভ ৰং নীলা।

কর্কট : আমি মনৰ ইচ্ছা পূর্ণ হােৱাৰ বােগ। প্ৰেমত শুভ। বিদ্যার্থীসকলে যত্ন কৰা উচিত। ব্যৱসায়ৰ আৰু অভিনেতা কাৰণে শুভ। শুভ ৰং নীলা

সিংহ :বিদ্যার্থীৰ কাৰণে শুভ। সামাজিক কামত ব্যস্ততা দেখা যায়। চাকৰি ক্ষেত্ৰত অশান্তি। ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিব পাৰিব। শুভ ৰং হালধীয়া।

কন্যা :খৰচৰ বৃদ্ধি। ব্যৱসায়ৰ ক্ষেত্ৰত কিছু জটিলতা থাকিব। বিদ্যার্থী কাৰণে শুভ। দিনটো মনােকষ্ট ভুগিব লাগিব। শুভ ৰং বগা।

তুলা : বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। শুভ কর্ম কৰিলে ভাল ফল পাব প্রেম-প্রণয়ত উন্নত। ভ্ৰমণত শুভ। শুভ ৰং সােণালী।

বৃশ্চিক:সন্তান আৰু পিতৃৰ স্বাস্থ্যক লৈ চিন্তা থাকিব। চাকৰি ক্ষেত্র আগবাঢ়িব। পাৰে। দিনটো শুভ। শুভ ৰং আকাশী নীলা।

ধনু :অনাদায়ী কিছু অর্থ আদায় হােৱাৰ যােগ দেখা যায়। বিভিন্ন ক্ষেত্র সুযােগ আহিব। বিদ্যার্থীসকলে যত্ন কৰিলে ভাল ফল পাব। শুভ ৰং বগা।

মকৰ : নীলা কাপােৰ পৰিধান কৰি ওঁ ঐং হ্রীং শ্রীং শনৈশ্বৰায় নমঃ এই মন্ত্র আঠবাৰ জপ কৰিব। ঘৰৰ অতিথিৰ আগমন। শুভ ৰং সেউজীয়া

কুম্ভ : প্ৰেমত শুভ। দূৰ ভ্ৰমণ। যান-বানৰ পৰা সাৱধানে থাকিব। নতুন কর্মত হাত দিব পাৰিব দিনটো শুভ। শুভ ৰং ৰঙা।

মীন:নিৰামিষ ব্রত পালন কৰিব। বিদ্যার্থীৰ ভাল, প্ৰেম আৰু দাম্পত ভালেই দেখা যায়। পিতৃত অসুখৰ চিন্তা, শুভ ৰং বগা।

Exit mobile version