মহানগৰীত নাহৰফুটুকীৰ আতংক,প্ৰকাণ্ড নাহৰফুটুকীৰ দৃশ্য বন্দী হল কেমেৰাত

মহানগৰীত নাহৰফুটুকীৰ আতংক।প্ৰকাণ্ড নাহৰফুটুকীৰ দৃশ্য বন্দী হল কেমেৰাত।বঞ্চালৰ পৰা ওলাই আহি জনাঞ্চলত বিচৰণ নাহৰফুটুকীৰ।

ADVERTISEMENT

গণেশ পাৰৰ বাথৌ মন্দিৰত বনৰজাৰ বিচৰণ দেখি আতংকিত অঞ্চলবাসী। নিশা হলেই গৃহবন্দী অঞ্চলতোৰ ৰাইজ।নাহৰফুটুকীয়ে গড়াল ভাঙি লৈ যায় হাঁহ,কুকুৰা।পাহাৰত হোৱা আৱধ বেদখলৰ বাবেই এইদৰে জনাঞ্চলৈ ওলাই আহিবলৈ বাধ্য হৈছে বন্য প্ৰাণী।

Exit mobile version