Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Odisha : মৃত্যুৰ স’তে যুঁজী হাৰ মানিলে , প্ৰয়াত উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰী

    Petrol Price Hikes in Pakistan : পাকিস্তানত বৃদ্ধি পালে ইন্ধনৰ মূল্য

    Aabsu Annual Conference : সদৌ অসম বড়ো ছাত্র সন্থাৰ ৫৫সংখ্যক ৰৌতাৰ বাৰ্ষিক অধিৱেশনত

    Udalguri : গুদালগুৰিৰ ৰৌতাত উখল মাখল পৰিৱেশ

    Narendra Modi : ‘ দেশত বিভাজন সৃষ্টিৰ চেষ্টা ‘, সতৰ্ক কৰিলে মোদীয়ে

    Bus Accident : হৃদয় বিদাৰক ! দলংৰ পৰা নদীত পৰিল যাত্ৰীবাহী বাছ , মৃত্যু ৩৯ জন লোক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

    Kangana Ranaut : ‘ইমার্জেন্সি’ৰ বাবে সকলো সম্পত্তি বন্ধকত ৰাখিছে কংগনাই

    Pathaan : ‘ পাঠান ‘ উপভোগৰ বাবে সমগ্ৰ চিত্ৰগৃহ বুক কৰিলে শ্বাহৰুখ অনুৰাগীয়ে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Immune System : অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

    Eye Care : চকু ভালে ৰাখিবলৈ মানি চলক এইসমূহ নিয়ম

    Horoscope:দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home India

Dengue : এসপ্তাহতেই প্রায় দুগুণ আক্রান্ত, দক্ষিণ দমদম আৰু বৰানগৰত উদ্বেগ বৃদ্ধি কৰিছে ডেংগীয়ে

publisher by publisher
November 11, 2021
in India, News
Reading Time: 1 min read
0
Dengue : এসপ্তাহতেই প্রায় দুগুণ আক্রান্ত, দক্ষিণ দমদম আৰু বৰানগৰত উদ্বেগ বৃদ্ধি কৰিছে ডেংগীয়ে
2
SHARES
20
VIEWS
ShareShareShareShare

কৰ’না অতিমাৰীৰ সময়তে উদ্বেগ বৃদ্ধি কৰিছে ডেংগীয়ে । ইতিমধ্যে দক্ষিণ দমদম আৰু বৰানগৰত ডেংগী আক্রান্তৰ গ্রাফ ঊর্ধ্বমুখী ।

ADVERTISEMENT

বৰানগৰ পৌৰসভাৰ মুঠ আঠটা ৱার্ডত ডেংগীৰ প্রকোপ অধিক । ইয়াৰ ভিতৰত আছে ১৭, ১৮, ১৯, ১৫, ২৫, ৩, ১ আৰু ৪ নম্বৰ ৱার্ড । বিগত বৰ্ষৰ নৱেম্বৰত এই অঞ্চলত মুঠ ডেংগী আক্রান্তৰ সংখ্যা আছিল ৩৩ জন, সম্প্ৰতি এই সংখ্যা বৃদ্ধি হৈছে ৭৮ জনেলৈ । ফলত আতংকৰ সৃষ্টি হৈছে বাসিন্দাসকলৰ মাজত । শংকিত জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগো ।

RelatedPosts

Dengue : বিগত বৰ্ষৰ তুলনাত ৰাজ্যত ডেংগুৰ সংক্রমণ চলিত বৰ্ষত ২০ গুণ বৃদ্ধি

Dengue Cases : দিনক দিনেই ৰাজ্যত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্তৰ সংখ্যা

Dengue : দেশত বৃদ্ধি পাইছে ডেংগীৰ প্রকোপ, আক্রান্ত হ’লে কি খাব আৰু কি খাব নালাগে

এলাকাত জমা পানী আৰু অপৰিচ্ছন্নতাই ডেংগীৰ প্রকোপ বঢ়াৰ মূল কাৰক বুলি কৈছে বাসিন্দাসকলে । যদিও পৌসভাৰ তৰফৰ পৰা ডেংগী আক্রান্ত এলাকাত মহ মৰা তেল আৰু ডেংগী প্রতিৰোধকাৰী ঔষধ দিয়া হৈছে । বৰানগৰ পৌৰসভাৰ ১৭ নম্বৰ ৱাৰ্ডৰ ক’অর্ডিনেটৰ অঞ্জন পালে নিজে মহবাহিত তেলৰ মেচিন লৈ সমগ্ৰ এলাকাযত স্প্রে কৰে । তেওঁ অৱশ্যে দাবী কৰে যে, আক্রান্তৰ সংখ্যা বহু পৰিমাণে কমিছে ।

বৰানগৰৰ লগতে, চহৰতলিৰ দক্ষিণ দমদমটো ডেংগী সংক্ৰমণ হৈছে । বিগত সপ্তাহত আক্রান্তৰ সংখ্যা আছিল ৩১জন, সম্প্ৰতি এই সপ্তাহত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে ৫৬ জনলৈ । তেনে সময়তে পৌৰসভাৰ মুখ্য প্রশাসক পাঁচুগোপাল ৰায়ৰ ৱাৰ্ডতেই ডেংগী সংক্ৰমণ উদ্বেগজনক । পৌৰসভা সূত্রে খবৰ, মুখ্য প্রশাসকৰ ৱাৰ্ড নম্বৰ ২৫ । সেই ৱাৰ্ডত ক্রমশ বেংগলী সংক্ৰমণ বৃদ্ধি পাইছে । ২৫ নম্বৰ ৱার্ডতেই আক্রান্তৰ সংখ্যা ১১ জন ।

বৃহস্পতিবাৰে এই সম্পৰ্কত পৌৰসভাত জৰুৰী বৈঠক অনুষ্ঠিত হয় । প্রসংগত, তিনি বছৰ আগতে দক্ষিণ দমদমৰ ডেংগী পৰিস্থিতি ইমানেই ভয়াৱহ হৈছিল যে, চৰকাৰৰ ভর্তসনাৰ সন্মুখীন হৈছিল পৌৰ প্রশাসন । তারৰ পাছত দুবছৰ পৰিস্থিতি নিয়ন্ত্রণত থাকে যদিও, চলিত বৰ্ষত পুনৰ গা কৰি উঠিছে ডেংগী সংক্ৰমণে ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Dengue
publisher

publisher

Related Posts

Odisha : মৃত্যুৰ স’তে যুঁজী হাৰ মানিলে , প্ৰয়াত উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰী
India

January 29, 2023
Petrol Price Hikes in Pakistan : পাকিস্তানত বৃদ্ধি পালে ইন্ধনৰ মূল্য
International

Petrol Price Hikes in Pakistan : পাকিস্তানত বৃদ্ধি পালে ইন্ধনৰ মূল্য

January 29, 2023
Aabsu Annual Conference : সদৌ অসম বড়ো ছাত্র সন্থাৰ ৫৫সংখ্যক ৰৌতাৰ বাৰ্ষিক অধিৱেশনত
Assam

Aabsu Annual Conference : সদৌ অসম বড়ো ছাত্র সন্থাৰ ৫৫সংখ্যক ৰৌতাৰ বাৰ্ষিক অধিৱেশনত

January 29, 2023
Udalguri : গুদালগুৰিৰ ৰৌতাত উখল মাখল পৰিৱেশ
Assam

Udalguri : গুদালগুৰিৰ ৰৌতাত উখল মাখল পৰিৱেশ

January 29, 2023
Narendra Modi : ‘ দেশত বিভাজন সৃষ্টিৰ চেষ্টা ‘, সতৰ্ক কৰিলে মোদীয়ে
India

Narendra Modi : ‘ দেশত বিভাজন সৃষ্টিৰ চেষ্টা ‘, সতৰ্ক কৰিলে মোদীয়ে

January 29, 2023
Bus Accident : হৃদয় বিদাৰক ! দলংৰ পৰা নদীত পৰিল যাত্ৰীবাহী বাছ , মৃত্যু ৩৯ জন লোক
International

Bus Accident : হৃদয় বিদাৰক ! দলংৰ পৰা নদীত পৰিল যাত্ৰীবাহী বাছ , মৃত্যু ৩৯ জন লোক

January 29, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: