ক’ভিড আপডেট

650x450 Study viral load healthcare worker COVID19 650x450 2

● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ১১,২৭১ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

● দৈনিক সংক্ৰমণৰ হাৰ ০.৯০ শতাংশ ।

● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,৪৪,৩৭,৩০৭ জন ।

● ইতিমধ্যে ৪,৬৩,৫৩০ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

● বিগত ২৪ ঘণ্টাত ২৮৫ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।

● ইতিমধ্যে ৬২,৩৭,৫১,৩৪৪ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● বিগত ২৪ ঘণ্টাত ১২,৫৫,৯০৪ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● ভাৰতৰ ১,১২,০১,০৩,২২৫ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।

● বিগত ২৪ ঘণ্টাত ৫৭,৪৩,৮৪০ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Exit mobile version