দিনটোৰ ৰাশিফল

HORO2

মেষ : মঙ্গলৰ শুভ প্রভাৱত ধন আৰু ভূ সম্পত্তি লাভৰ যােগ দেখা যায় দিনটোত কিবা কাৰণতে মানসিক দুখ পাব পাৰে। প্ৰণয়ত সাফল। আহিব, দিনটোত শাৰিৰীক দুর্বলতা দেখা দিব পাৰে।

বৃষ : পাৰিবাৰীক সুখ আৰু সমৃদ্ধি বজাই থাকিব। কিবা কাৰণতে অর্থতিৰ সম্ভাৱনা দেখা যায়। সম্পদ প্রাপ্তিৰত যােগ আছে। পুত্র কন্যাৰ উন্নতিৰ যােগ। শাৰীৰিক কষ্ট ভােগ কৰিব পাৰে। বিদ্যার্থীৰ মধ্যম ফলদায়ক।

মিথুন :বুধৰ শুভ প্রভাৱত কৰ্মত সুখ্যাতি লাভৰ যােগ। হিংস্র জীৱ-জন্তুৰ পৰা সতর্কতা অৱলম্বন কৰিব। সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধিৰ যােগ অযথা অর্থ ব্যয় হ’ব পাৰে। বিদ্যার্থীৰ শুত।

কর্কট : পিতৃ-মাতৃৰ কাৰণে চিন্তা থাকিব কোনােবাই মিছা অপবাদ উঠাৰ পাৰে। দিনটোত কিবা কাৰণতে হতাশাত ভূগিব পাৰে। শুভ সংবাদ প্রাপ্তিৰ ফলত মন আনন্দিত হ’ব। পৰীক্ষাৰ্থীৰ শুভ ফল দায়ক হ’ব।

সিংহ : অশুভ ৰাহুৰ কাৰণে ন্যায্য ধন প্রাপ্তিৰ ক্ষেত্ৰত বাধা থাকিব। দূৰৰ পৰা সতর্ক থাকিব। ভ্রাতৃৰ কাৰণে ক্ষতিগ্রস্ত হ’ব পাৰে। আর্থিক ক্ষেত্ৰত উন্নতিৰ যােগ আছে যদিও ৰাহুৰ বাধা থাকিব। বিদ্যার্থীৰ মানসিক চঞ্চলতা বৃদ্ধি পাব।

কন্যা : বুধৰ প্ৰভাৱত ব্যৱসায় বাণিজ্য আৰু আর্থিক ক্ষেত্ৰত কিন্তু হলেও পৰিৱৰ্তন আহিব। ঘৰত প্রিয়জনৰ আগমনৰ ফলত মানসিক আনন্দ লাভ কর্মক্ষেত্ৰত পদোন্নতিৰ যােগ। চাকৰীয়াল সকলে কর্তব্য পালনৰ
ক্ষেত্ৰত সতর্ক থাকিব।

তুলা: সন্তান দিব কাৰণে পিতৃ-মাতৃৰ চিন্তা থাকিব। দিনটো বিশেষ শুভ বুলি ক’ব নােৱাৰি। গতিকে সাৱধানত চলাফুৰা কৰিব পাৰিবাৰীৰ ক্ষেত্রত শুভফল দায়ক হ’ব। উচ্চ বিদ্যালাভৰ উদ্দেশ্যত বাহিৰলৈ যােৱাৰ যােগ। প্ৰেমত অশুভ ফলদায়ক।

বৃশ্চিক : অযথা কোনােবাৰ লগত বিবাদত জড়াৰ পাৰে অশুভ শনিৰ প্ৰভাৱত বিদ্যার্থীৰ বুদ্ধি পাশৰযােগ। কর্মক্ষেত্ৰত পদপ্রাপ্তিৰ যােগ আছে।

ধনু : বুধৰ শুভ প্রভাৱত কর্মক্ষেত্ৰত পদোন্নতিৰ যােগ। পাৰিবাৰীক ক্ষেত্ৰত খেলিমেলি হ’ব পাৰে। মনৰ কোনাে আশা পূৰণ হ’ব পাৰে।

মকৰ : শনিৰ অশুভ প্রভাৱৰ ফলত আর্থিক সংকটত পৰিব পাৰে ব্যৱসায়ত ক্ষতিৰ সম্ভাৱনা। আত্মীয় স্বজনৰ লগত বিবাদ দেখা দিব পাৰে। বিদ্যার্থীৰ শুভফল দায়ক হব।

কুম্ভ : পাৰিবাৰীক ক্ষেত্রত শুভফল দায়ক হ’ব। ভ্ৰমণত সমস্যা দেখা দিব পাৰে। গৃহ নির্মাণৰ পৰিকল্পনা কৰিব পাৰে। আর্থিক সংকটত ভুগিব পাৰে। ব্যৱসায় বাণিজ্যত ভবা মতে ফল নাপাব। বিদ্যার্থীৰ মধ্যম।

মীন : কর্মক্ষেত্ৰত সম্মান বৃদ্ধিৰ যােগ। পৰিবাৰীক বিবাদৰ ফলত মনৰ গতি ভালেৰে নাযাব। ভ্ৰমণত শাৰীৰিক সমস্যা দেখা দিব পাৰে।

Exit mobile version