দিনটোৰ ৰাশিফল

horoscope 5

মেষঃ নতুন সম্পত্তি লাভ সৰু সুৰা বিৰোধী কথাত বেছি মনে নিদিলে কৰ্মক্ষেত্ৰতো শুভ ফল । ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম । শুভ ৰং ক্ৰীম ।

বৃষঃ বিদ্যাৰ্থীৰ আনন্দ পাব । আৰ্থিক উন্নতিৰ ক্ষেত্ৰত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব । ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা । শুভ ৰং বগা ।

মিথুনঃ সাহিত্য সেৱা আনন্দ পাব । কোনোৱে বাস্তৱ ক্ষেত্ৰত খোজ পেলাই উপকৃত হ’ব । কৰ্তব্যত আপোনাৰ যোগ্যতা থাকিব । সৰু সুৰা কথাত মানসিক কিছু প্ৰভাৱ পেলাব । আৰ্থিক প্ৰাপ্তিৰ আশা । শুভ ৰং কমলা ।

কৰ্কটঃ প্ৰেমত আনন্দ, শাৰীৰিকত কিছু আহুকালৰ কাৰক বিদ্যাত মধ্যম । পূৰ্ব দিনৰ তুলনাত আজি বহুলাংশে যোগাযোগ । দিশ উন্নত অৱশ্যে আপোনাৰ হুৰমূৰীয়া স্বভাৱৰ দোষত । ভ্ৰমণ শুভ, ৰং পাতল নীলা ।

সিংহঃ যাত্ৰাত কষ্ট হ’ব । কোনো আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে । সহজতে যি কৰো বুলি থিৰাং কৰিছিল তাক সম্পূৰ্ণ কৰাত বাধা পাব । ফল দাম্পত্যত নতুন চিন্তা অৱশ্যে থাকিব । শুভ ৰং হালধীয়া ।

কন্যাঃ সন্তানৰ পৰা আনন্দ । জাতকৰ কোনো উন্নত যোগাযোগৰ পৰা লাভ । কৰ্মক্ষেত্ৰত আপোনাৰ ভাবমূৰ্তি প্ৰায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ’ব । ভ্ৰমণাদিত মধ্যম । শুভ ৰং গেৰুৱা ।

তুলাঃ উত্তম বস্ত্ৰ লাভ । সাধাৰণ শৰীৰৰ আহুকাল পাব । কোনোৱে প্ৰৱঞ্চকৰ কৱলত পৰাৰ কাৰক সাৱধান হ’লে ভয় কম বিদ্যাত যত্নৰ ফল লাভ । দাম্পত্যত ভালেই । কৰ্মাদিত উৎসাহ । শুভ ৰং ক’লা ।

বৃশ্চিকঃ সম্পদ বৃদ্ধি, ক্ৰমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো আনন্দ হ’ব পাৰে । হ’বলগীয়া কামত অনগ্ৰসৰ হোৱাৰ যোগ । শুভ ৰং নীলা ।

ধনুঃ শুভ সংবাদ, বিশেষকৈ অসুবিধা নাই । উন্নত দিনৰ অনুমান । যোগাযোগৰ খুব বেয়া নহ’ব । ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্ৰতিকূলো নহ’ব । বিদ্যাত বাধা কম । শুভ ৰং ক্ৰীম ।

মকৰঃ ধনৰ নাটনি হ’ব পাৰে কোনোৰ প্ৰিয় বন্ধু-বান্ধৱীৰ সংগত সুখ । ভঙা পতা কৰি ভাল পাব পুৰণি পৰিৱেশৰ সলনিৰ প্ৰতি মন কৰিব পাৰে ভ্ৰমণৰ সষ্টম হ‌ওক । শুভ ৰং বগা ।

কুম্ভঃ সামাজিক ব্যস্ততা, পঢ়া-শুনাত মনযোগ লাগিব । ৰুক্ষ চিন্তা অত্যাধিক খৰচ হ’লেও আয়ত্ত থাকিব । দুষ্টৰ সংগ‌ই বিপদ আনিব পাৰে লোহ । পদমৰ্যাদা লাভ । শুভ ৰং হালধীয়া ।

মীনঃ শুভ বুদ্ধি, আৰ্থিক যোগাযোগত কিছুদিন উপকৃত তথা খৰচ । মতান্তৰ হ’ব লগা কথাত মন নিদিব । নতুন সম্পদ ক্ৰয় । শুভ ৰং ক’লা ।

Exit mobile version