অক্টোবৰত পুনৰ পাইকাৰী মুদ্ৰাস্ফীতি ১২.৫৪ শতাংশলৈ বৃদ্ধি

grocery inflation ians vifhGVahjidab

দেশত খুচুৰা মূল্যবৃদ্ধিৰ লগতে পাইকাৰী মূল্যবৃদ্ধিৰ পৰিমাণ দুই শতাংশ বৃদ্ধি পালে। কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি, ছেপ্টেম্বৰৰ তুলনাত দেশত অক্টোবৰত পাইকাৰী মুদ্রাস্ফীতি ১২.৫৪ শতাংশলৈ বৃদ্ধি পালে।

ADVERTISEMENT

উল্লেখ্য যে যােৱা ছেপ্টেম্বৰত দেশত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ আছিল ১০.৬৬ শতাংশ। চৰকাৰী পৰিসংখ্যা অনুসৰি, অক্টোবৰত দেশত পাইকাৰী মুদ্রাস্ফীতি বিগত পাঁচ মাহৰ পাছত সর্বাধিক হ’ল।

ইন্ধনজাতীয় সামগ্ৰী আৰু বিজুলীৰ মূল্যবৃদ্ধিৰ ফলত পাইকাৰী বজাৰত মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধি পাইছে বুলি বজাৰ বিশ্লেষকসকলে জানিবলৈ দিয়ে।

Exit mobile version