দিনটোৰ ৰাশিফল

HORO2

মেষ : ভ্ৰমণত বাধা আছে। বিদ্যাত সিমান ভাল দেখা নাযায়। ঘৰুৱা ক্ষেত্ৰত পত্নী আৰু ভনীৰ পৰা সহায় লাভ কৰিব। শুভ ৰং বগা।

বৃষ : ব্যৱসায়ত নতুন কাম আৰম্ভ কৰা কামটো এটি যথেষ্ট গুৰুত্ব দিয়ক। চাকৰিয়ালৰ উৎসাহ উদ্দীক্ষা বৃদ্ধি পাব। শুভ ৰং ৰঙা।

মিথুন : স্বাস্থ্যৰ ক্ষেত্ৰত সিমান বেয়া দেখা নাযায়। দিনটোত অনাবশ্যক খৰচৰ মাত্রা বৃদ্ধি পাব। প্ৰেমত শুভ। বিদ্যাত শুভ ফল পাব। শুভ ৰং নীলা।

কর্কট : চাকৰিয়াল ব্যক্তিগত ভাৱে দিনটো বেয়া নাযাব। মাক-দেউতাকৰ শৰীৰ প্রতি যত্ন লােৱা প্ৰভাৱ বিস্তাৰ কৰিব। সন্তানৰ বিবাহৰ বিষয়ে মতামত ব্যক্ত কৰিব পাৰে। ৰং হালধীয়া।

সিংহ : চুটী ভ্রমণ আছে। ঘৰুৱাত মধ্যম ক’ব পাৰি। প্ৰেমত শুভ বিদ্যার্থীয়ে যত্ন কৰক। গুৰু স্থানীয় ব্যক্তিৰ শাৰীৰিক ভাল দেখা নাযায়। শুভ ৰং নীলা।

কন্যা : কন্যা সন্তানৰ বিবাহৰ যােগ। আর্থিক ভাল দেখা যায়। কর্মত কিছু অসুবিধা পাব। বিদ্যাত সাফল্য লাভ কৰিব। ভ্রমণ নকৰা ভাল। শুভ ৰং গেৰুৱা।

তুলা: ব্যৱসায় ভাল চলিব আৰু নতুন যােগাযােগে উপকৃত কৰিব দাম্পত্যত পূর্বৰ তুলনাত ভাল দেখা যায়। বন্ধুৰ পৰা সাহায্য লাভ কৰিব। শুভ ৰং কলা।

বৃশ্চিক :সন্তানৰ শৰীৰ সম্পর্কে সচেতন থাকক। পাৰিবাৰিক শান্তি অব্যাহত থাকিব। ব্যৱসায়ত ধন বিনিয়ােগ কৰাৰ বিষয়ে স্থিৰ সিদ্ধান্ত ল’ব পাৰে। শুভ ৰং মেৰুণ।

ধনু : সামাজিক ব্যস্ততাত বৃদ্ধি হ’ব। বিদ্যার্থীসকলৰ সিমান ভাল দেখা নাযায়। প্রেমত শুভ। শুভ ৰং সেউজীয়া।

মকৰ : গৱেষণা কর্মত অগ্রগতি। দিনটোত বন্ধুবৰ্গৰ পৰা অকৃত্তিম সময় লাভ। মাংগলীক কৰ্মত খৰচ হ’ব। শুভ ৰং বগা।

কুম্ভ : সন্তানৰ শৰীৰ সম্পর্কে সচেতন থাকক। পাৰিবাহিক শান্তি অব্যাহত থাকিব। ব্যৱসায়ত ধন বিনিয়ােগ কৰাৰ বিষয়ে স্থিৰ সিদ্ধান্ত ল’ব। শুভ ৰং ক’লা হালধীয়া।

মীন : পাৰিবাৰিক শান্তি অব্যাহত থাকিব। ব্যৱসায়ত ধন বিনিয়ােগ কৰাৰ বিষয়ে স্থিৰ সিদ্ধান্ত ল’ব পাৰে। সন্তানৰ সাফল্যৰ মানসিক আনন্দ বৃদ্ধি কৰিব। শুভ ৰং হালধীয়া।

Exit mobile version