দিনটোৰ ৰাশিফল

HORO2

মেষ :এই ৰাশিৰ জাতক-জাতিকাই দিনৰ প্ৰথম ভাগত আর্থিক বিষয় চিন্তা থাকিলেও দিনৰ শেষৰ ভাগত আর্থিক উপার্জন অনুকূল থাকিব। শুভ ৰং গুলপীয়া, সংখ্যা ২।

বৃষ : আজিৰ দিনটোত পুৱাৰে পৰা নানা অশান্তি দেখা যাব। কর্মক্ষেত্ৰত দিনটো বৰ ভাল নাযায়। বিদ্যার্থীসকলৰ বাবে দিনটো শুভ। শুভ ৰং মাটিয়া, সংখ্যা ৬।

মিথুন : দিনৰ মাজভাগত কর্মক্ষেত্র পৰিৱৰ্তন যােগ দেখা যায়। পৰিৱেশ অনুকূল থাকিলেও অযথা মানসিক চিন্তা থাকিব। নিজৰ ভুলৰ কাৰণে সন্মানহানিৰ যােগ দেখা যায়। শুভং সেউজীয়া।

কর্কট:আপােনাৰ দিনটোৰ মধ্যমৰে পাৰ হ’ব। কর্মক্ষেত্ৰত সফলতা বজাৰ্থ ৰাখিব। ব্যৱহায়িক ক্ষেত্ৰত দিনটো শুভ। প্ৰেমত উন্নতি। শুভ ৰং বগা সংখ্যা ২।

সিংহ: চাকৰিয়ালসকলে সাৱধান হ’ব। মতবিৰােধ হ’ব পাৰে। প্রেম মােতামােটি।

কন্যা : আজি কর্মক্ষেত্ৰত বিভিন্ন সুযােগ সুবিধা লাভ কৰিব। বিদ্যার্থী কাৰণে দিনটো শুভ। চাকৰিয়ালৰ কাৰণেও ভাল। শুভ ৰং ৰঙা, সংখ্যা ৬

তুলা : বিদ্যার্থীৰ বাবে শুভ। প্ৰেমত বাধা। সামাজিক কর্মৰ ক্ষেত্ৰত যথেষ্ট সুনাম অর্জন কৰিব। ৰাজনৈতিক নেতা-নেত্রীসকলৰ মানহানিৰ যােগ দেখা যায়। শুভ ৰং বগা, সংখ্যা ২।

বৃশ্চিক : আজি পুৱা গা ধুৱা পাছত অশ্বথ গছৰ গুৰিত পানী ঢালিব। ৰঙা সূতা হাতত বান্ধি দিনৰ কাম আৰম্ভ কৰিব। শুভ ৰং হালধীয়া, সংখ্যা ৬

ধনু : সামাজিক কর্মত জড়িত থকা ব্যক্তিসকলে কর্মক্ষেত্রত সুনাম অর্জন কৰিব। ব্যৱসায়ত সিমান ভাল ফল নাপাব পাৰে। শুভ ৰং নীলা, সংখ্যা ৭।

মকৰ : কর্মক্ষেত্ৰত বাধা থকাৰ ফলত অর্থনৈতিক ক্ষেত্ৰত মিশফল আশা কৰিব পাৰে। প্ৰেমত শুভ ফল পাব। বিদ্যার্থীৰ সকলৰ ভাল। শুভ ৰং আকাশ নীলা, সংখ্যা ২।

কুম্ভ : আজি ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শুভ। দেহ ভাল মাধ্যম। প্ৰেমত শুভ ফল আশা কৰিব পাৰে। শুভ ৰং ইটা, সংখ্যা ৮।

মীন : বিবাদৰ, আর্থিক নাটনি, কর্মত উদাসীনতা, শত্ৰু বৃদ্ধি আদি হ’ব পাৰে। বিদ্যার্থীসকলৰ ভাল। চাকৰিয়ালৰ বাবেও দিনটো শুভ। শুভ ৰং সেউজীয়া, সংখ্যা ৭

Exit mobile version