দিনটোৰ ৰাশিফল

HORO2

মেষ : আর্থিক ক্ষেত্ৰত উন্নত পৰিৱেশ। আপুনি দিনৰ ১২ বজাৰ পাছতহে যাত্ৰা কৰিব। যাত্ৰাৰ সময়ত হালধীয়া ৰঙৰ কাপােৰ পিন্ধিব। দাম্পত্যত শুভ। শুভ সংখ্যা ৫।

বৃষ : কর্মক্ষেত্ৰত জটিলতা আছে। সন্ধিয়া তুলসীৰ তলত চাকি জলালে শুভ হ’ব। নীলা ৰং আপােনাৰ বা শুভ। প্ৰেমত শুভ। যাত্রা নকৰাই উচিত শুভ সংখ্যা ৫।

মিথুন :আগদিনাৰ তুলনাত আজিৰ দিনটো শুভ। আজি আপুনি যাত্রা কৰিলে বগা ৰং ব্যৱহাৰ কৰিব। শুভ কাম কৰিব। বগা ৰং আপােনাৰ শুভ ৰং। শুভ সংখ্যা ৬।

কর্কট : ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব। পুৱা যাত্রা কৰিব পাৰে আপােনাৰ শুভ ৰং সেউজীয়া। সহযােগী বন্ধুৰ পৰা আনন্দ পাব। শুভ সংখ্যা ৬।

সিংহ : কর্মক্ষেত্ৰত সফলতাৰ বাবে যথেষ্ট চেষ্টা কৰিব লাগিব। পুৱাৰ ভাগত ৰঙা ৰঙৰ বস্ত্র পৰিধান কৰি মন্দিৰত যাব। যাত্রা সন্ধিয়া পাঁচ বজাৰ পাছত নকৰিব। শুভ সংখ্যা ৭।

কন্যা : পাৰিবাৰিক জীৱনত স্বামী-স্ত্রীৰ মাজত মতানক্য হ’ব পাৰে পৰাপক্ষত আজি আপুনি যাত্রা নকৰাই ভাল। কৰিলেও মন্দিৰত পূজা পাতল কৰি ল’ব। শুভ ৰং ৰঙা, সংখ্যা ৪।

তুলা : কর্মক্ষেত্ৰত উন্নতিৰ যােগ আছে। কোনাে সমস্যাৰ সমাধান হ’ব আজি সন্ধিয়া আপুনি শিৱ মন্দিৰত চাকি জ্বলাব। শুভ ৰং ৰঙা। যাত্রা কৰিব পাৰে। শুভ সংখ্যা ২।

বৃশ্চিক :ব্যৱসায়ত কঠিন পৰিশ্ৰমৰ অন্তত দিনটোত সফলতা বিদ্যার্থীসকল শুভ। আবেলি তিনি বজাৰ পাছত যাত্রা নকৰাই ভাল বিশেষ প্রয়ােজন থাকিলে নীলা ৰঙৰ বস্ত্র পৰিধান কৰি ল’ব। শুভ্র সংখ্যা ৩।

ধনু : কর্মস্থানত নিজৰ অস্তিত্ব বজাই থাকিব। পুৰণি ৰােগৰ উপশম ঘটিব কমলা ৰঙৰ কাপােৰ ব্যৱহাৰ কৰক। পুৱা ভাগত যাত্রা কৰিব। শুভ সংখ্যা ২।

মকৰ :আর্থিকত শুভ । শৰীৰ মধ্যম। উত্তৰ দিশত যাত্ৰ নকৰিব। মেৰুণ ৰ ব্যৱহাৰ কৰক। বিদ্যার্থীসকলৰ শুভ। শুভ ৰং সংখ্যা ৯।

কুম্ভ :ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব। ঘৰুৱাত শুভ। যাত্রা নকৰাই ভাল সন্ধিয়া মন্দিত যাব। কলা ৰং আপােনাৰ বাবে । শুভ সংখ্যা ৮।

মীন : কথা-বতৰাত সর্তকতাৰ প্রয়ােজন। আজিৰ দিনটো যাত্ৰাৰ বাবে শুভ। বেঙুণীয়া ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৭।

Exit mobile version