Kids Health :শিশুৰ প্ৰতিদিনৰ খাদ্যতালিকাত গাখীৰ ,কণী ৰাখিছে ?তাত কিবা ক্ষতি হৈছে নেকি

1637416955 child2

প্ৰতিজন অভিভাৱকে শিশুটোৰ স্বাস্থ্যৰ যত্ন ল’বলৈ অতি তৎপৰ হৈ থাকে । সৰুৰে পৰা সঠিক শাৰীৰিক বিকাশৰ বাবে বিভিন্ন যত্ন ল’ব লাগে। অতিৰিক্ত সাৱধানতাৰ প্ৰয়োজন, বিশেষকৈ শিশুৰ হাড়ৰ যত্নত। শিশুটিৰ দৈনন্দিন আহাৰত কেলচিয়ামৰ অভাৱ নোহোৱা খাদ্য থাকিব লাগে।

শিশুৰ শৰীৰত কেলচিয়ামৰ অভাৱ কোনবোৰ খাদ্যই পূৰণ কৰে?

গাখীৰ :বহুতো শিশুৱে গাখীৰ খাব নিবিচাৰে। কিন্তু হাড়ৰ যত্নত গাখীৰ অতি গুৰুত্বপূৰ্ণ। যদি শিশুটিয়ে গাখীৰ খাবলৈ সম্পূৰ্ণৰূপে অনিচ্ছুক, দুগ্ধজাত খাদ্য যেনে মাখন আৰু চীজ গাখীৰৰ সলনি খুৱাব পাৰি।

কণী: বহুতো শিশুৱে কণী খাবলৈ ভাল পায়। কেলচিয়ামৰ অভাৱ পূৰণ কৰাৰ বাবে কণী এক উত্তম খাদ্য। কেৱল ৰাতিপুৱাৰ আহাৰতে নহয় দিনটোৰ আন সময়তো আপুনি শিশুক কণী দিব পাৰে।

সামুদ্ৰিক মাছ : সামুদ্ৰিক মাছত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে। শিশুটিয়ে যদি মাছ খাই ভাল পাই তেন্তে আপুনি শিশুটিক সামুদ্ৰিক মাছ খুৱাব পাৰে।

মৌচুমী ৰস :এগিলাচ মৌচুমী ৰসত ৬০ মিলিগ্ৰাম কেলচিয়াম থাকে। শিশুৰ দৈনিক খাদ্যৰ তালিকাত ৰাখক মৌচুমী ।

বীন :বীন শীতকালীন পাচলি হিচাপে যথেষ্ট জনপ্ৰিয়। ইয়াত কেলচিয়াম থাকে। যদি।

Exit mobile version