দিনটোৰ ৰাশিফল

Horoscope Today June 03 2021 1

মেষ :কোনাে কাৰণে কিবা ভাবৰ উদয় হ’ব পাৰে। উপর্যপতিৰ চেষ্টাৰ দ্বাৰাও নিৰাশ হােৱাৰ ইও এক কাৰণ হ’ব পাৰে। আজি শৰীৰেও বৰ উন্নত নাযাব। বিদ্যাত অৱশ্যে বাধা কম। শুভ ৰং কমলা।

বৃষ : সহজাত-সুবুদ্ধি আৰু কাৰ্যদক্ষতাৰ কামত ব্যৱহাৰ কাৰক। কিন্তু প্রায় কামতে আপােনাৰ যেন অনাৱশ্যক মন্থৰ হ’ব। ভাই-ভনীৰ পৰা অৱশ্যে ভালেই দেখা যায়। শৰীৰৰ দুর্বলতা থাকিব। শুভ ৰং ৰঙা।

মিথুন : মনােবল বৃদ্ধি পাব। ভ্রমণতাে বেছি বাধা নাপাব। হাতলৈ ধন অহাৰ সুযােগ পাব। প্রেম-প্রীতিত সংগ সুখ দেখা যায়। শৰীৰ মধ্যম। দাম্পত্যতাে শুভ। কর্মতৎপৰ হােৱাৰ যত্ন কৰক। শুভ ৰং হালধীয়া।

কর্কট : সাধাৰণ ধন উপার্জন। কোনাে কাৰণে লেঠা ছিগা টান হ’ব। অৱশ্যে গুৰুৰ সহযােগত কিছু মানসিক দিশত উপকৃত হ’ব। বিদ্যাতাে শুভ প্রভাৱ নাই যদিও চেষ্টাৰ ফল পাব। শুভ ৰং বগা।

সিংহ : আর্থিক উপায়ৰ কথা কোনােৰ মনত বাৰে বাৰে চাপ দিব। অভাৱ অনাতনতকৈ নিজৰ ভৱিষ্যতৰ বাবে বেছি ভাৱ প্ৰৱণতাই ৰুক্ষ অৱস্থালৈ ৰূপান্তৰিত যাতে নহয় সাৱধান থাকক। শুভ ৰং কলা।

কন্যা:কর্মাদিত মন দিয়াৰ যত্ন কৰক। আর্থিকত বাধা থাকিব যদিও বেছি ভবা-গুণা কৰাৰ প্ৰয়ােজন নাই বুলি ধৰিব। দাম্পত্যত মধ্যম। লােকৰ পৰা আর্থিক ক্ষতি যাতে নহয় লক্ষ ৰাখক। শুভ ৰং নীলা।

তুলা : কর্তব্যত জটিলতা পূর্বদিনৰ তুলনাত কম। নিজৰ ধৈৰ্য আৰু বুদ্ধিৰ বলত উপকৃত হ’ব। অনাহকৰ সময় অপব্যয়ৰ মুহূৰ্তৰ বাবে সাৱধান হওক। শৰীৰ ভালেৰে গ’লেও অবজ্ঞ কৰিব নােৱাৰিব। শুভ ৰং ক্রীম

বৃশ্চিক : টকা-পইচা লেন-দেনত যাতে ভ্ৰম নহয়। অর্থকষ্টৰ কথা বাৰে বাৰে মনলৈ অহাৰ পাছতে কিছু আশাপ্রদ সঁহাৰি লাভ। শাৰীৰিক উদ্বেগৰ মাজতাে কোনাে সকামত প্ৰেৰণা পাব। শুভ ৰং গেৰুৱা।

ধনু :মান-মর্যাদা বাঢ়িব। আনহাতে, ঘৰুৱা দিশত সম্পূর্ণ মন দিয়াত খেলি। মেলি থাকিব। তথাপিতাে আজি কোনাে কামত নিষ্ঠাৰ প্ৰমাণ লাভ কৰিব। বিদ্যাত সুযােগ নিজে ল’ব লাগিব। শুভ ৰং নীলা।

মকৰ :বিশেষ দুশ্চিন্তা থাকিব। তথাপি ভাবি-চিন্তি কামত আগুৱাওক বিদ্যাত অনুকূলতা থাকিব। জাতি-কুটুম্বৰ পৰা উপকৃত উপদেশ। বন্ধুৰ সহযােগ। মাতৃৰ তথা চুবুৰীয়াৰ লগত সদ্ভাৱ। শুভ ৰং গুলপীয়া।

কুম্ভ : প্রাথমিকতে অলপ অসুবিধা বা নিসংগতা অনুভৱ কৰিব পাৰে পাছলৈ উন্নত। কোনাে চিন্তাৰ পৰা মুক্ত হােৱাৰ কাৰক শুভ ৰং ৰঙা।

মীন : বিদ্যা-তথা বুদ্ধিৰ ক্ষেত্ৰত আপােনাৰ খুব অনুকূল নহ’লেও সুশ্চিন্তা নাই। অহত বিষয়ত অপ্রস্তুত হ’বও পাৰে। পিতৃ-মাতৃৰ বাৰে দুশ্চি শুভ ৰং হালধীয়া ৪

Exit mobile version