দিনটোৰ ৰাশিফল

2XWTZZQLK5A6XLZ3X2KE34J2K4

মেষঃ আমোদ-প্ৰমোদ । সাহস আৰু দক্ষতা সমভাৱে লাভ কৰিব উপকৃত হ’ল । প্ৰেমত আনন্দ । মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপোনাৰ উপস্থিত বুদ্ধিৰ দ্বাৰা আঁতৰাব পাৰিব । কৰ্মস্থানত আনন্দ ।

বৃষঃ ধনৰ নাটনি । আৰ্থিকত ব্যয় বৃদ্ধি পাব । পত্নী সুখ । বিদ্যাত দুশ্চিন্তাৰ মাজেদি শুভ ইংগিত পাব । বিয়া-বাৰু বা উৎসৱ আদিত যোগদান কৰক । মাতৃৰ শৰীৰ চিন্তা । ব্যৱসায়ত মধ্যম ।

মিথুনঃ আপোনজন ওচৰতে সহায় পাব । দায়িত্বপূৰ্ণ কামত মাংগলিক কৃতকাৰ্য হোৱাৰ সম্ভাৱনা সময়ৰ নাটনি । মধ্যম দিন হ’লেও কৰ্মস্থানত ভালেই দেখিব । আৰ্থিকতো বেয়া নহ’ব । বিদ্যাত শুভ ফল ।

কৰ্কটঃ সাহসৰ পৰিচয় পাব । কৰ্মস্থানত আয় বৃদ্ধি কাৰক । কৰ্ম ব্যস্ততা । সহযোগীৰ সহায়ত উৎসাহ পাব । প্ৰতাৰকৰ বাবে দুশ্চিন্তা থাকিব । নতুন কোনো উদ্দেশ্যত সফল হ’ব ।

সিংহঃ সফল ভ্ৰমণ হ’ব । যত্নৰ দ্বাৰা বিদ্যাত সাফল্য লাভ । আৰ্থিকত ব্যয় বৃদ্ধি পাব । বেংক কৰ্মচাৰীৰ শুভ । কোনো কাৰণত মন চঞ্চল থাকিব ।

কন্যাঃ শিক্ষক সহায় ল’ব । কৰ্মক্ষেত্ৰত সহকৰ্মীৰ অলপ সতৰ্ক থকিটো উচিত হ’ব । মজলীয়াভাৱে দিনটো পাৰ হ’ব । প্ৰেমপ্ৰীতিত উদাস চিন্তা । পঢ়াত মধ্যম ।

তুলাঃ প্ৰেমত সঁহাৰি পাব । উচ্চ বিদ্যাত সাফল্য লাভ । শৰীৰ পূৰ্বৰ তুলনাত আশাপ্ৰদ । আগতে ভবা কথা আৰু কামৰ লগত আনৰ বিভেদ থাকিব । কোনো প্ৰিয় লোকৰ যোগাযোগত আনন্দ ।

বৃশ্চিকঃ সমস্যাৰ উদ্ভৱ হ’ব পাৰে । কৰ্মত মজলীয়া প্ৰভাৱ পৰিব । নিজৰ মান-সন্মানৰ ক্ষেত্ৰত সচেতন হ’ব । বিদ্যাত ধৈৰ্য ধৰক । পাৰিবাৰিক সামান্য উৎকণ্ঠা দেখা যায় । ভ্ৰমণত দ্ৰব্য লাভ কৰিব ।

ধনুঃ বিবাহৰ আলোচনা হ’ব । দিনটোত পাৰিপাৰ্শ্বিক বাধা-বিঘিনিৰ কাৰণে মনটো গধুৰ হৈ থাকিব । শৰীৰৰ প্ৰতি আওকাণ নকৰিব ।

মকৰঃ কৌশল আয়ত্ব, ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কিছু উচ্চ চিন্তা থাকিব আৰু সফলতাও পাব । কৰ্মস্থানত উন্নত আশা নকৰাই ভাল ।

কুম্ভঃ ছাত্ৰ-ছাত্ৰী সুনাম । নিজৰ উদ্দেশ্য সাধনত ব্ৰতী হ‌ওক । কৰ্মত দক্ষতা থাকিব । ব্যৱসায়-বাণিজ্য, উদ্যোগ আদিত সফলতাৰ ইংগিত দেখা যায় ।

মীনঃ খেতিয়ক কষ্ট হ’ব । আৰ্থিকতো কিছু কষ্ট শৰীৰ সম্পৰ্কে উদাস নহ’ব । ৰাইজৰ লগত অতিৰিক্ত খৰচ । আচৰিত কথাৰ সম্ভেদ পাব । বিদ্যাত বেয়া বোলা নাযায় । ভ্ৰমণত অলপ সাৱধান থাকক ।

Exit mobile version