দিনটোৰ ৰাশিফল

Horoscope Today June 03 2021

মেষ : মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপােনাৰ উপস্থিত বুদ্ধিৰ দ্বাৰা আঁতৰাব পাৰিব। সাহস আৰু দক্ষতা সভাৱে লাভ কৰি উপকৃত হ’ব। কর্মস্থানত আনন্দ। প্ৰেমত আনন্দ। শুভ ৰং হালধীয়া,শুভ সংখ্যা ১।

বৃষ : বিদ্যাত দুশ্চিন্তাৰ মাজেদি শুভ ইংগিত পাব। বিয়া-বাৰু বা উৎসৱ আদিত যােগদান কৰক। মাতৃৰ শৰীৰ চিন্তা।আর্থিক ব্যয় বৃদ্ধি পাব। ব্যৱসায়ত মধ্যম। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮।

মিথুন :মধ্যম দিন হ’লেও কর্মস্থানত ভালেই দেখিব। আর্থিকতাে বেয়া নহ’ব। দায়িত্বপূর্ণ কামত মাংলিক কৃতকার্য হােৱাৰ সম্ভাৱনা। বিদ্যাত শুভ ফল। শৰীৰ মধ্যম।শুভ ৰং বগা, শুভ সংখ্যা ৩।

কর্কট :সহযােগীৰ সহায়ত উৎসাহ পাব। প্ৰতাৰকৰ বাবে দুশ্চিন্তা থাকিব। কর্মস্থানত আয়বৃদ্ধিৰ কাৰক। নতুন কোন উদ্দেশ্যত সফল হ’ব। প্রেমত নিৰাশা। শুভ ৰং ক্রীম, শুভ সংখ্যা ৭।

সিংহ : আচৰিত কথাৰ সম্ভেত পাব। আর্থিকতাে কিছু কষ্ট শৰীৰ সম্পর্কে উদাস নহ’ব। বিদ্যাত বেয়া বােলা নাযায়। ভ্ৰমণত অলপ সাৱধান থাকক। ঘৰুৱা শুভ। শুভ ৰং বগা, শুভ সংখ্যা ৮।

কন্যা: মজলীয়াভাৱে দিনটো পাৰ হ’ব। কর্মক্ষেত্ৰত সহকৰ্মীৰ অলপ সতর্ক থকাটো উচিত হ’ব। প্রেম-প্রীতিত উদাস চিন্তা। পঢ়াত মধ্যম। দাম্পত্য জীৱন পূর্বৰূপ। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৩।

তুলা : শৰীৰ পূৰ্বৰ তুলনাত আশাপ্রদ। আপুনি ভবা কথআ আৰু কামৰ লগত আনৰ বিভেদ থাকিব। উচ্চ বিদ্যাত সাফল্য লাভ। আর্থিকত আয় বৃদ্ধি পাব। কোন প্রিয় লােকৰ যােগাযােগত আনন্দ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫।

বৃশ্চিক:ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কিছু উচ্চ চিন্তা থাকিব আৰু সফতাও পাব। কর্মস্থানত উন্নত আশা নকৰাই ভাল। পঢ়াত মনােনিৱেশ কৰিব। ভ্ৰমণত সাৱধান। শুভ ৰং কমলা শুভ সংখ্যা ২।

ধনু : দিনটোত পাৰিপাৰ্শ্বিক বাধা-বিঘিনীৰ কাৰণে মনটো গধুৰ হৈ থাকির। শৰীৰৰ প্রতি আওকাণ নকৰিব। কর্মত খ্যাত বৃদ্ধিৰ যােগ। পিতৃৰ পৰা সহানুভূতি লাভ কৰিব।শুভ ৰং নীলা, শুভ সংখ্যা ৩।

মকৰ : কর্মত মজলীয়া প্ৰভাৱ পৰিব। নিজৰ মান-সন্মানৰ ক্ষেত্ৰত সচেতন হ’ব। বিদ্যাত ধৈর্য ধৰক। পাৰিবাৰিক সামান্য উৎকণ্ঠা দেখা যায়। ভ্ৰমণত দ্রব্য লাভ কৰিব। ব্যৱসায়ত আশাপ্রদ উন্নতিৰ যােগ। শুভ ৰং বগা, শুভ সংখ্যা ১১।

কুম্ভ: নিজৰ উদ্দেশ্য সাধনত ব্ৰতী হওক। কর্মত দক্ষতা থাকিব। ব্যৱসায়-বাণিজ্য, উদ্যোগ আদিত সফলতাৰ ইংগিত দেখা যায়। পঢ়া-শুনাত শুভ। পিতৃ-মাতৃৰ চিন্তা। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯।

মীন:যত্নৰ দ্বাৰা বিদ্যাত সাফল্য লাভ! আর্থিক ব্যয় বৃদ্ধি পাব। কোন দূৰ বার্তাত আনন্দ লাভ। বেংকত কৰ্মচাৰীৰ শুভ। কোনাে কাৰণত মন চঞ্চল থাকিব। প্ৰেমত শুভ। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১১।

Exit mobile version