- সংবাদমেল সম্বোধন ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ
- ছমাহত হিমন্ত চৰকাৰে ভয়ংকৰ সিন্ধান্ত গ্ৰহণ কৰিছে
- খোজে খোজে মিছা কথা আৰু মিছা প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰিছে
- ঠগবাজৰ চৰকাৰ আখ্যা
- হনিমুন পিৰিয়দ শেষ হৈছে চৰকাৰখনৰ
- এতিয়া আমি কামৰ খতিয়ান ল’ব সময় হ’ল
- কিন্তু বৰ্তমান প্ৰতিশ্ৰুতি আৰু প্ৰচাৰৰ ওপৰত নিৰ্ভৰশীল হৈ আছে
- APSC পৰীক্ষাৰ পৰা অসমীয়া ভাষা প্ৰত্যাহাৰ কৰা কাৰ্যক সমালোচনা
- চৰকাৰে বিষয়টো ৰহস্যৰ মাজলৈ ঠেলি দিছে, এয়া গৰিহণাৰ যোগ্য
- ইয়াৰ বিৰুদ্ধে সকলোৱে ওলাই অহা উচিত
- জনজাতিৰ বেল্ট ব্লকৰ ভূমিৰ অকৰ্তৃত্বশীল ভাৱে হস্তান্তৰৰ সিন্ধান্ত চৰকাৰে লৈছে
- ইয়াৰ দ্বাৰা ভূমিপুত্ৰ সকলৰ থকা ভূমি অধিকাৰ কাঢ়ি নিব বিচাৰিছে
- মিট্টালৰ দৰে বনিয়াৰ স্বাৰ্থ এইবোৰ সিন্ধান্ত চৰকাৰে লৈছে
- গো সুৰক্ষা আইনে গ্ৰাম্য অৰ্থনীতি একেবাৰে তচনচ কৰিব
- মুখ্যমন্ত্ৰীয়ে নাগপুৰ আৰু দিল্লীৰ প্ৰভূসকলৰ সন্তুষ্ট কৰিবলৈ এটাৰ পাছত এটাকৈ জনবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি গৈছে
- অসমৰ চাৰিওফালে বিশ্ববিদ্যালয়ৰ ঘোষণা কৰি আছে চৰকাৰে
- কিন্তু যিকেইখন পূৰ্বৰ পৰায়ে আছে সেইকেইখন বিশ্ববিদ্যালয়ৰে আন্তঃগাঁঠনি অতি বেয়া
- এই বিশ্ববিদ্যালয়সমূহৰ আন্তঃগাঁঠনি সৱল নকৰাকৈ নতুন বিশ্ববিদ্যালয় ঘোষণা কৰাটো শুভ লক্ষণ নহয়
- চৰকাৰৰে বিভিন্ন ঋণ লৈ হিতাধিকাৰী সৃষ্টি কৰিব বিচাৰিছে
- উৎপাদনশীলতাৰ বিপৰীতে কেৱল হিতাধিকাৰীৰ সৃষ্টিৰ বাবে অসমৰ ৰাইজক ঋণৰ বোজা জাপি দিছে
- ঋণ লৈয়ে মাইক্ৰফাইনেঞ্চৰ ঋণ মাফ কৰাৰ আঁচনি লৈছে চৰকাৰে
- ৰাইজক মূৰ্খ বুলি নাভাবি, বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰক চৰকাৰক
- কৃষি আইন বাতিল সন্দৰ্ভত প্ৰতিক্ৰিয়া অজিত কুমাৰ ভূঞাৰ
- ৰাজনৈতিক পৃষ্ঠপোষকতাত অসমীয়া-বঙালীৰ মাজত এই বিভেদ সৃষ্টি কৰা হৈছে
- প্ৰদীপ দত্ত ৰয়ৰ দৰে লোকসকলক চৰকাৰে ব্যৱহাৰ কৰি আহিছে
- অসমীয়া মানুহে সময়ত মাত নমতাৰ বাবে নতুন নতুন বিতৰ্কৰ ভুমুকি মাৰিছে
- বৰাকৰ কথা বাদ দিয়ক গুৱাহাটীতে অসমীয়া ভাষাত বেনাৰ-হৰ্ডিং নিলিখে
- অসম সাহিত্য সভাই ভাষা ৰক্ষাৰ ক্ষেত্ৰত কি কৰিছে বুলি প্ৰশ্ন
- কেৱল ভাষা ৰক্ষাৰ নামত অনুষ্ঠান পাতি থাকিলে নহ’ব
- সাহিত্য সভাকো তীক্ষ্ণ সমালোচনা অজিত কুমাৰ ভূঞাৰ
- অহা লোকপিয়লত ভাষাক লৈ এটা ষড়যন্ত্ৰ আৰম্ভ হ’ব
- ভাষাক লৈ ৰাজনীতি সদায় চলিয়ে আছে |