দিনটোৰ ৰাশিফল

Tweak Library horoscope apps 1280x720 1 1

মেষ : দিনটোত মনলৈ কিছু আনন্দৰ বতৰা আহিব। উপার্জনত বাধা পাব বিদ্যাত সুমান। ৰাজনীতিবিদসকলে বিপদত সােমাই পৰিব। প্রেম বাধা আহিব। শুভ ৰং ৰঙা ।

বৃষ : শত্ৰুৰ দ্বাৰা ক্ষতিৰ আশংকা। ব্যৱসায়ীৰ ভাল বৃদ্ধি। চাকৰিৰ বাবে চেষ্টা কৰিব পাৰে। কর্মত ব্যস্ততা বাঢ়িব। আর্থিক দিশত প্রাপ্তি যােগ প্রেমত অস্থিৰতা। শুভ ৰং হালধীয়া।

মিথুন : পাৰিবাৰিক সমস্যাই মনত দুখ দিব। ভ্ৰমণ কৰিলে কষ্ট পাব। কর্ম প্রতিভাৰ বিকাশ আৰু বিশিষ্ট ভাগ্যোদয়। নতুন বন্ধু লাভৰ ইংগিত শুভ ৰং ৰঙা।

কর্কট : আকস্মিক আঘাত প্রাপ্তিৰ সম্ভাৱনা। গুৰুজনৰ দ্বাৰা বিপদৰ পৰা মুক্তি লাভ। দেহভাব মধ্যম। কর্মক্ষেত্র গতানুগতিক। ব্যৱসায়িক সফলত পাব। শুভ ৰং নীলা।

সিংহ :দিনটোত আপুনি স্বকর্মত লাভৱান হ’বক্রমােন্নত । গৃহে শুভ অনুষ্ঠান হােৱাৰ যােগ। কথা-বতৰাত সংযত হওক। শুভ ৰং বগা।

কন্যা : মূল্যবান বস্তু ক্ৰয় কৰিব পাৰে। পত্নীৰ চিকিৎসাৰ কাৰণে অর্থ ব্যয় হ’ব। বিদেশত থকা আত্মীয়ৰ আগমনে সুখ বৃদ্ধি পাব। শুভ ৰং ৰঙা।

তুলা : বাধা বিঘিনিৰ মাজেৰে কমে সাফল্য আৰু আম বৃদ্ধি। পঢ়া-শুনাত গুৰুত্ব দিয়াটো ভাল । মাটি-বাৰীৰ সমস্যা বৃদ্ধি পাব। শুভ ৰং সেউজীয়া

বৃশ্চিক : কামৰ চাপ বৃদ্ধি পাব। ওচৰ-চুবুৰীয়াৰ লগত মতানৈক্য ঘটিব পাৰে। উপৰঞ্চি ধন অলপ লাভ কৰিব পাৰিব। সন্ধিয়া কালত অলপ সতর্ক থাকক। শুভ ৰং মাটিয়া।

ধনু : উপযুক্ত কোনাে লােকৰ সান্নিধ্যত সুখী হ’ব। ঘৰুৱা পৰিৱেশ বেয়া নাপাব। নতুন কোনাে কামৰ সন্ধান পাব। ভ্ৰমণৰ পৰা লাভৰ কাৰক শুভ ৰং কমলা।

মকৰ: আর্থিকত আশা কৰা মতে, ফল নাপাব। দিনৰ ১০ বজাৰ পাছত নতুন দ্রব্য ক্রয়ৰ যােগ। দায়িত্ব পূর্ণ কামত মন দিয়ক। উপৰুৱা কথা নাভাবিব। শুভ ৰং বগা।

কুম্ভ : আজিৰ দিনটো আপােনাৰ ভাল বেয়াৰ মাজত চলিব। যিকোনো কামতে ভাবি চিন্তি দায়িত্ব ল’ব। শৰীৰ মধ্যম। কোনাে কাৰণে ব্যস্ততা শুভ ৰং মবন।

মীন : আর্থিক খৰচৰ মুখামুখি। ঘৰুৱা অশান্তি। বিদ্যাত মধ্যম। নতুন উৎসাহ পাব। শৰীৰ ভালেই বােলা যায়। শুভ ৰং কমলা।

Exit mobile version