দিনটোৰ ৰাশিফল

horoscope april 18 2021

মেষ : ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম। সৰু-সুৰা বিৰােধী কথাত বেছি মন নিদিলে কর্মক্ষেত্ৰতাে শুভ ফল। বহুদিন ভাবি থকা সুযােগৰ আশা সমাগত যেন লাগিব। দাম্পত্যত শুভ। শুভ ৰং ক্রীম, শুভ সংখ্যা ২।

বৃষ : আর্থিক উন্নতিৰ ক্ষেত্ৰত যিকোনাে চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব। ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা। বাটে-পথে ফুৰােতে সতর্ক হওক। বিদ্যাত মধ্যম। শৰীৰৰ দুর্বলতা। শুভ ৰং বগা, শুভ সংখ্যা ৪।

মিথুন :কর্তব্যত আপােনাৰ যােগ্যতা থান্সিব। কোনােৱে বাস্তৱ খােজ পেলাই উপকৃত হ’ব। সৰু-সুৰা কথাত মানসিক কিছু প্রভাৱ পেলাব। বন্ধুৰ সহায়। আর্থিক প্রাপ্তিৰ আশা। শুভ ৰং কমলা, শুভ সংখ্যা ৩।

কর্কট: পূর্বদিনৰ তুলনাত আজি বহুলাংশে যােগাযােগাদিত উন্নত। শৰীৰাে ভালে যােৱাৰ কাৰক। অৱশ্যে আপােনাৰ হুমুৰীয়া স্বভাৱৰ দোষত শাৰীৰিকত কিছু আহুকালৰ কাৰক বিদ্যাত মধ্যম। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৫।

সিংহ: কোনাে আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে। সহজতে যি কৰাে বুলি থিৰাং কৰিছিল তাক সম্পূর্ণ কৰাত বাধা পাব। বাকী দিশত মজলীয়া ফল দাম্পত্যত নতুন চিন্তা। অৱশ্যে থাকিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮ |

কন্যা : কর্মক্ষেত্ৰত আপােনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনাে কাৰণে চিন্তা কাৰণ হ’ব। জাতকৰ কোনাে উন্নত যােগাযােগৰ পৰা লাভ। বিদ্যাত বেয়া নহ’ব। ভ্রমণাদিত মধ্যম। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭।

তুলা : কোনােৱে প্ৰৱঞ্চকৰ কবলত পৰাৰ কাৰক। সাৱধান হলে ভয় কম বিদ্যাত যত্নৰ ফল লাভ। সাধাৰণ শৰীৰৰ আহুকাল অলপ। দাম্পত্যত ভালেই। কর্মাদিত উৎসাহ। ভ্রমণাদিত অমনােযােগী নহ’ব। সুনাম।। শুভ ৰং কলা, শুভ সংখ্যা ৬।

বৃশ্চিক :ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে। হ’বলগীয়া কামত অনগ্রসৰ হােৱাৰ যােগ। মুঠতে কিছু অসুবিধাৰ কাৰক। জাতক জাতিকাই সাৱধান থাকিলে ভাল। শুভ ৰং নীলাস শুভ সংখ্যা ১১।

ধনু :উন্নত দিনৰ অনুমান। যােগাযােগৰ খুব বেয়া নহ’ব। ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলাে নহ’ব। বিশেষকৈ অনুৰাধা নক্ষত্ৰৰ মানসিক শান্তি। বিদ্যাত বাধা কম। শিক্ষক বুদ্ধিজীৱিৰ সুখ। শুভ ৰং ক্রীম, শুভ সংখ্যা ৯।

মকৰ : ভগা পতা কৰি ভাল পাব পুৰণি পৰিৱেশৰ সলনিৰ প্ৰতি মন কৰিব পাৰে ভ্ৰমণত সষ্টম হওক। কিন্তু কোনাে প্রিয় বন্ধু-বান্ধৱীৰ সংগত সুখ লাভ যিসকল যােগ্যবান। শুভ ৰং বগা, শুভ সংখ্যা ৮ |

কুম্ভ : ৰুক্ষ চিন্তা অত্যাধিক খৰচ হলেও আয়ত্ত থাকিব। পঢ়া-শুনাত মনােযােগ লাগিব। দুষ্টৰ সংগই বিপদ আনিব পাৰে লােহ, লক্ক ইস্পাত কাঠ কয়লাত লাভ। পদমর্যাদা লাভ। শুভ ৰং হালধীয়া, সংখ্যা ২।

মীন : আর্থিক যােগাযােগত কিছুদিন উপকৃত তথা খৰচ। মতান্তৰ হ’ব লগা কথাত মন নিদিব। শৰীৰ মধ্যম। সুৰ-সুৰা সংবাদকে গুৰুতৰ বুলি নল’ব। ভ্ৰমণত সাৱধান। নতুন সম্পদক ক্রয়। শুভ ৰং কলা, শুভ সংখ্যা ১।

Exit mobile version