কাশী বিশ্বনাথ মন্দিৰ কৰিডৰ প্ৰকল্প উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

995525 modi kashi 1

কাশী বিশ্বনাথ মন্দিৰ কৰিডৰ প্ৰকল্প উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰসংগত কয়, ‘কাশীত এজনৰেই চৰকাৰ আছে । যাৰ হাতত ডমৰু আছে তেওঁ বিচৰাৰ বাবে এই কাৰ্য সম্ভৱ হৈছে ।’

তেওঁ লগতে কয় যে, নৱনিৰ্মিত কৰিডৰৰ ফলত কি সুবিধা হ’ব সাধাৰণ মানুহ আৰু প্ৰবীণসকলৰ । সেই কথা সোমবাৰে বিস্তাৰিতভাৱে ক’লে প্ৰধানমন্ত্ৰীগৰাকীয়ে । আজিৰ পৰাই জনসাধাৰণৰ বাবে কৰিডৰ মুকলি হ’ব বুলিও তেওঁ জনায় ।

বৰানসী প্ৰকল্প উদ্বোধনী অনুষ্ঠানত কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে চাওক সবিশেষ :

Exit mobile version