Miss Universe 2021: ২১ বছৰ পাছত ‘মিছ ইউনিভাৰ্ছ’-ৰ মুকুট অৰ্জন কৰিলে ২১ বছৰীয়া ভাৰতীয় হাৰনাজ সান্ধুৱে

harnaaz 1639367544379 1639367552633

‘মিছ ইউনিভার্ছ’-ৰ খিতাপ অৰ্জন কৰিলে ভাৰতৰ হাৰনাজ সান্ধুৱে । ২১ বছৰৰ পাছত ‘বিশ্ব সুন্দৰী’ৰ সন্মান অহিল ভাৰতলৈ । ইয়াৰ পূৰ্বে ২০০০ ত এই খিতাপ জয় কৰিছিল পঞ্জাৱৰ লাৰা দত্ত‌ই । তাৰ আগতে পশ্চিমবংগৰ সুস্মিতা সেনে । সান্ধু তৃতীয় ভাৰতীয় যিয়ে ‘বিশ্ব সুন্দৰী’ৰ মুকুট লাভ কৰিলে ।

https://twitter.com/HarnaazSandhu03/status/1470165446917857281?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1470165446917857281%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Findia%2Findias-harnaaz-sandhu-became-miss-universe-after-21-years-dgtl%2Fcid%2F1318335

https://twitter.com/HarnaazSandhu03/status/1470164851423129601?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1470164851423129601%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Findia%2Findias-harnaaz-sandhu-became-miss-universe-after-21-years-dgtl%2Fcid%2F1318335

দেওবাৰে নিশা ইজৰায়েলৰ এইলাটত অনুষ্ঠিত হৈছিল ৭০তম মিছ ইউনিভার্ছৰ অনুষ্ঠান । তাতেই পেৰাগুৱেৰ নাদিয়া ফেৰেইৰা আৰু দক্ষিণ আফ্রিকাৰ লালেলা এমএছৱানক পিছ পেলাই সৰ্বোচ্চ মুকুট লাভ কৰিলে পঞ্জাৱৰ ২১ বছৰীয়া সুন্দৰী হাৰনাজে ।

Exit mobile version