Winter Health Care: শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ কি খাব ?

1639752970 woman scarf cold winter 1

শীতকালত, ৰোগ প্ৰতিৰোধ ক্ষমতা বছৰৰ আন সময়তকৈ কম শক্তিশালী হয়। ইয়াৰ ফলত বিভিন্ন শাৰীৰিক ৰোগ হয়। গতিকে এই শীতকালত আপুনি নিজকে সুস্বাস্থ্যৱান ৰাখিবলৈ হ’লে ৰোগবোৰৰ স’তে যুঁজিবলৈ কিছুমান যাদুকৰী ঔষধৰ ওপৰত আপুনি নিৰ্ভৰ কৰিব পাৰে ।

নিমপাত : তৃণনাশক, বেক্টেৰিয়া-ৰোধী আৰু ভেঁকুৰ-প্ৰতিৰোধী গুণাগুণে সমৃদ্ধ নিমপাতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। এইসমূহে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ।

আদা : এন্টি-ইনফ্লমেটৰি আৰু এন্টি- অক্সিডেন্ট সমৃদ্ধ আদা শৰীৰৰ হজম প্ৰক্ৰিয়াক শক্তিশালী কৰে।

আমলখি : ভিটামিন চি, বিটা কেৰোটিন, এণ্টিঅক্সিডেণ্ট সমৃদ্ধ আমলখিয়ে খোৱাৰ প্ৰৱণতা বৃদ্ধি কৰে। একে লগতে,শীতকালীন নানা ৰোগৰ স’তে যুঁজিবলৈ অন্যতম অস্ত্ৰ হ’ব পাৰে আমালখি ।

Exit mobile version