দিনটোৰ ৰাশিফল

horoscope april 18 2021

মেষ : ঘৰুৱা পৰিৱেশ অনুকূল। কর্মস্থানত নিজৰ যােগ্যতা প্রতিপন্ন কৰিব। শৰীৰ বেয়া নাযাব। প্ৰেমত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ৯।

বৃষ :দিনৰ ১২ বজাৰ পাছত কিছু ফৰকাল অনুভৱ কৰিব। ব্যৱসায়ত মধ্যম। দাম্পত্যত মতানক্যৰ সৃষ্টি। বিদ্যাত শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ১।

মিথুন : কর্মস্থানত নিজৰ যােগ্যতা প্রতিপন্ন কৰি ৰাখিব। আর্থিক বেয়া নহ’ব। প্রেম-প্রীতিত আন্তৰিকতা। শুভ ৰং বগা। শুভ সংখ্যা ২।

কর্কট : ব্যৱসায়ত মধ্যম। শাৰীৰিক দিশত দুর্বলতা থাকিব পাৰে। সন্তানৰ শুভ। প্রেমত অস্থিৰতা থাকিব। দাম্পত্যত মধ্যম। শুভ ৰং ৰঙা। শুভ সংখ্যা ৭।

সিংহ : পুৱাৰ ভাগত মনটো উদ্বেগ দেখা যায়। ভ্ৰমণ কৰিব পাৰে। পৰাপক্ষত স্পষ্টভাষী হ’বলৈ চেষ্টা কৰক। প্ৰেমত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ১।

কন্যা : একাধিক কথা মন বিক্ষিপ্ত থাকিব। কর্মত স্থানত নিজৰ যােগ্যতা প্রতিপন্ন কৰিব পাৰিব। প্ৰেমত বাধা ঘৰুৱাত শুভ। শুভ ৰং সেউজীয়া। সংখ্যা ৫।

তুলা:দিনটো বৰ উন্নত হ’ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত নিজৰ দুৰ্বলতাৰ বাবে সমস্যাত পৰিব পাৰে। কর্মস্থানত সামগ্রিক ক্ষেত্ৰত আশাপূর্ণ। যােগাযােগ পাব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৮।

বৃশ্চিক : আর্থিক বাধা নাপাব। শাৰীৰিক দিশত জ্বৰ, কাহ, পেটৰ অসুখত ভুগিব পাৰে। ব্যৱসায়ত শুভ ফল পাব। বিদ্যাত যত্ন লােৱাটো আৱশ্যক। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৬।

ধনু :ধন হাতলৈ আহিলেও পর্যাপ্ত নহ’ব। কর্মক্ষেত্ৰত শুভফল পাব। শৰীৰ আৰু পৰিবেশ কিন্তু প্রতিকূল থাকিব। শুভ ৰং গােলপীয়া। সংখ্যা ৭।

মকৰ : শৰীৰ প্ৰায় অনুকূল। বিদ্যাত যত্নবান হওক। অন্যথা কামত সময় নষ্ট নকৰাই ভাল। আর্থিকত শুভফল পাব। ব্যৱসায়ত মধ্যম উন্নতি। শুভ ৰং ৰঙা। সংখ্যা ৬।

কুম্ভ : কর্মক্ষেত্ৰতাে সৰু-সুৰা বাধা আহিব পাৰে। দিনটোত আর্থিক সমস্যা থাকিব। বিদ্যাত যত্ন লােৱাটো আৱশ্যক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৮ |

মীন : আর্থিক দিশত বেছি বাধা নাপাব। দৈনিক দিশত বিষ-বেদনা। থাকিব। প্রেম-প্রণয়ত সাৱধান। শুভ ৰং নীলা। শুভ সংখ্যা ২।

Exit mobile version