দিনটোৰ ৰাশিফল

HORO2 1

মেষ : ভালেৰে আৰম্ভ হ’লেও পাছলৈ সাধাৰণ কেশদায়ক সমস্যা উদ্ভৱ হ’ব পাৰে। নিজৰ দায়িত্ব পালন কৰাৰ চেষ্টা অব্যাহত ৰাখক। ঘৰুৱা কথাৰ বাবে মন বেয়া হ’লেও সহজ হ’ব পাৰিব।

বৃষ :মনলৈ উৎসাহ আহিব। নতুন কামত সুযােগ পাব। শৰীৰাে ভালেৰে পাৰ হ’ব। দুৰাৰােগ্য গ্রস্তসকলেও কিছু সকাহ পাব। বিদ্যাত অনুকূল। ভ্ৰমণৰ দ্বাৰা লাভ হ’লেও সাৱধান হওক।

মিথুন :প্রায় দিশতে মনটো মুকলি লাগিব শৰীৰৰ চিন্তা কম। বন্ধু-বান্ধৱৰ লগত ভালেই লাগিব। শিল্প সুলভতা বৃদ্ধি পাব। কোনাে নতুন দায়িত্বত দক্ষতা দেখুৱাব। ভ্ৰমণত পিছে সাৱধান হওক।

কর্কট : দুই এটা বাধাৰ মাজেৰে দিনটো অগ্রগতি কৰিব। ঘৰুৱা দিশত ইটো সিটো থাকিব। শৰীৰ সম্পর্কে সাৱধান থাকক। সংকট সন্মুখত ৰাখি কোনাে যাত্রা বা কাম আদি পাৰিলে স্থগিত ৰাখক।

সিংহ : উন্নত পৰিৱেশ। বিভিন্ন যােগাযােগাদিত আনন্দ পাব। ভ্রমণাদিত বিশেষ অসুবিধা নাপায়। কিন্তু যাৰ মঙলৰ দশা চলি আছে। অলপ সাৱধান হওক। সন্তান সুখ। বিদ্যাত অনুকূল।

কন্যা : খুব উন্নত পৰিৱেশ নহ’ব। ধর্মীয় অনুষ্ঠানাদিত আনন্দিত হব। বন্ধু-বান্ধৱৰ শুভ। ব্যক্তিত্ব অক্ষুন্ন থাকিব, দাম্পত্যত চিন্তা। বিদ্যার্থী মধ্যম।

তুলা :আর্থিক দিশত টানত পৰিলেও কোনাে আকাক্ষাৰ পৰা উপকৃত হয়। বিদ্যাত বাধা কম। তথাপি সম্পূর্ণ মুকলি বতৰ নহয় বুলি সাৱধানেৰে আগবাঢ়ক। দাম্পত্যত শুভ।

বৃশ্চিক : হাই-কাজিয়াৰ সুত্রপাত যেন পালে সেই স্থান ত্যাগ কৰক অথবা তর্ক তৰে বঢ়াই নলৈ লিপ্ত অৱস্থাক নিয়ন্ত্রণ কৰক। অৱশ্যে মর্যাৰ বাহিৰে আনৰ চিন্তা কম। ঘৰুৱাত ভালেই। নতুন সংযােগত
উৎসাহ।

ধনু :আর্থিক উন্নতিৰ কাৰক। বিদ্যাত জটিলতা নাপাব। পুৱাৰ ভাগত সাৱধানেৰে মত বিনিময় আদি কৰক। ঘৰুৱা বাধা কম। বন্ধুবৰ্গৰ লগত সৎ পৰামৰ্শ কৰাটো ভাল।

মকৰ : শৰীৰ খুব ভালেৰে নাযাব। খৰচ-পাতি বৃদ্ধি। হঠাৎ কোনাে কথাত ক্ষিপ্ত হ’ব পাৰে। ব্যয়ৰ কাৰক। উৎকণ্ঠাৰ পৰা কিছু সকাহ পাব যদিও সম্পূর্ণ সন্দেহযুক্ত নহ’ব।

কুম্ভ : মনােবল থাকিব। কর্মত উৎসাহ থকাত আপােনাৰ প্ৰায়বােৰ কামতে খুত নাথাকিব। শৰীৰ খুব বেয়া বুলিব নােৱাৰি। কিন্তু আকস্মিক বিষক্তিদায়ক কৰাৰ অৱতাৰণা হলে এৰাই চলক।

মীন :কষ্টদায়ক হ’ব পাৰে বুলি হাতত লােৱা কাম স্থগিত নৰখাই উচিত হ’ব। আর্থিক উন্নত নহয়। ব্যৱসায়তাে প্রাপ্ত ধৰণ বাবে অসুবিধাৰ সমাধান হ’ব। মনৰ পৰা উপকৃত।

Exit mobile version