দিনটোৰ ৰাশিফল

HORO2 1

মেষ :কর্মক্ষেত্ৰত জটিলতাৰ উদয় হ’ব পাৰে। কোনে কাৰণে মনটো গধূৰ হ’ব পাৰে। ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব। শৰীৰ বৰ উন্নত নাথাকিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১।

বৃষ : ৰাজহুৱা কৰ্মত থকা সকলে সহানুভূতি লাভৰ সংবাদ। শৰীৰ কিছু উন্নত। দুই-এটা কামত বাধাৰ কাৰকতা। দিনৰ দুই বজাৰ পৰা কিছু উন্নত। প্রেম মিলন, আনন্দ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ২।

মিথুন : কর্মক্ষেত্ৰত শান্তিৰে কাম কৰিব পাৰিব। আর্থিক ভালেই দেখা যায়। আয়ৰ ক্ষেত্ৰত অনুকূল। বিদ্যাত শুভাশুভ ফল। স্বাস্থ্যৰ প্রতি নজৰ দিয়ক। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪

কর্কট :চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন। কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব। নিবনুৱাৰ কৰ্ম-প্রাপ্তিৰ যােগ। ব্যয়ৰ মাত্রা বৃদ্ধি পাব। দাম্পত্যত শুভ। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৮।

সিংহ : ব্যৱসায়ত লাভৰ কাৰকতা সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰক। উচ্চ বিষয়াৰ লগত শুভ যােগাযােগ বজায় থাকিব। ভ্ৰমণত কষ্ট পাব। শুভ ৰং নীলা, শুভ সংখ্যা ৫।

কন্যা : আর্থিক দিশত অর্থ প্রাপ্তিৰ সম্ভাৱনা। প্রযুক্তিবিদ আৰু কম্পিউটাৰ বিজ্ঞানীৰ সাফল্য উল্লেখযােগ্য। বন্ধুভাৱ দুর্বল। পাৰিবাৰিক জীৱনত অশান্তিৰ সূচনা। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯।

তুলা : উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যােগ। দেহভাৱ ভাল বুলি ক’ব পাৰি। হেৰােৱা সম্পদ পুন প্রাপ্তি অবাধ্য সন্তান-সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে। প্রেমত বাধা। শুভ ৰং বগা, শুভ সংখ্যা ৭।

বৃশ্চিক : পুৰণা মামলা মােকদৰ্মাৰ নিষ্পত্তি হ’ব পাৰে। বাধা-বিঘিনিৰ মাজেদি কর্মত সাফল্য। আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য। প্রেমত আৱেগ। শুভ ৰং পাতল, শুভ সংখ্যা ৩।

ধনু : পৈতৃক সম্পত্তি লাভৰ ক্ষেত্ৰত বিলম্ব। অভিজ্ঞ ব্যক্তিৰ পৰামর্শত সংকট মুক্তি আৰু প্রয়ােজনীয় ধনাগম। গৱেষকসকল সাফল্য লাভ। ভ্ৰমণ কৰিব পাৰে। শুভ ৰং ৰঙা, শুভ সংখ্যা ১১।

মকৰ : বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ। নতুন নিযুক্তিৰ বাবে দূৰ যাত্রা। শিল্পীসকলৰ প্রাপ্য সম্মান লাভে আনন্দৰ কাৰকতা। পত্নীৰ লগত মতবিৰােধ। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ১।

কুম্ভ : গুৰুজন ব্যক্তিক অৱজ্ঞা নকৰিব। সম্পত্তি ক্রয়ােযােগ আর্থিক দিশত অসুবিধা পাব পাৰে। ফুৰাচকাত সতর্ক হ’ব। চিকিৎসকসকলৰ দায়িত্ব বৃদ্ধি পাব। শুভ ৰং কমলা, শুভ সংখ্যা ১

মীন : অপ্রত্যাশিতভাৱে ধন লাভৰ যােগ আছে। কর্মসূত্রত ভ্রমণ যােগ। বিবাহ প্রার্থীৰ বিবাহৰ যােগ নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ৬।

Exit mobile version