বৰতাৰী হাইস্কুল খেল পথাৰত মহাৰজত জয়ন্তীৰ সন্দৰ্ভত অনুষ্ঠিত সাধাৰণ সভা

উল্লেখ্য যে ১৯৪২ চনত প্ৰতিষ্ঠিত কৰা ৪১২ নং হালধীয়া প্ৰাথমিক বিদ্যালয়ৰ ৭৯ বছৰ অতিক্ৰম কৰাত মহাৰজত জয়ন্তী আৰু ১৯৮৭ চনত প্ৰতিষ্ঠিত কৰা বি,কে হাইস্কুলৰ ৩৪ বছৰ অতিক্ৰম কৰাৰত ৰূপালী জয়ন্তী উদযাপন কৰাৰ মানসেৰে এখন সাধাৰণ সভাৰ আয়োজন কৰে।

ADVERTISEMENT

আয়োজিত সভাত ৪১২ নং হালধীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ৬ নং বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে উপস্থিত থাকি দিহা পৰামৰ্শ আগবঢ়ায়। লগতে অনুষ্ঠানটোত উপস্থিত থাকে বহু সংখ্যক প্ৰাক্তন ছাত্ৰ ।

Exit mobile version