- কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰণালয়ে জিমনাষ্টিকছ ফেডাৰেচনছ অৱ ইণ্ডিয়াক (জিএফআই) ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচন (এনএছএফ) হিচাপে স্বীকৃতি দিয়ে ।
- টকিঅ’ অলিম্পিকত পিভি সিদ্ধুৰ ব্ৰঞ্জৰ পদক লাভ ।
- টকিঅ’ অলিম্পিকত নিৰজ চোপ্ৰাৰ জেভলিন থ্ৰ’ত সোণৰ পদক জয় ।
- টকিঅ’ অলিম্পিকত বক্সাৰ লাভলিনা বৰগোহাঁইৰ ব্ৰঞ্জৰ পদক লাভ ।
- জনপ্ৰিয় অভিনেতা সুশান্ত শুক্লাৰ হৃদৰোগজনিত কাৰণত দেহাৱসান ।
- জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ৰাৱৰ অভিনেত্ৰী পত্ৰলেখাৰ স’তে বিবাহ ।
- অভিনেতা বৰুন ধৱনৰ নাতাশা দালালৰ স’তে বিবাহ ।
- অভিনেত্ৰী কেটৰিনা কেঈফ অভিনেতা বিকি কৌশলৰ স’তে বিবাহপাশত আবদ্ধ ।
- সাংবাদিক জ্যোতি যাদৱ আৰু হিনা ফাতিমাৰ লিংগ সংবেদনশীল বিভাগত লাডলি মিডিয়া বঁটা লাভ ।
২০২১ বৰ্ষৰ শীৰ্ষ খবৰ
