দিনটোৰ ৰাশিফল

1477578

মেষ : শৰীৰ বৰ ভালেৰে নাযাব পাৰে। আপুনি পুৱা-গধূলি শিৱৰ মন্ত্র জপ কৰিব। কর্মক্ষেত্ৰত বাধা নাই। শুভ ৰং পাতল হালধীয়া।

বৃষ : গুৰুত্বপূৰ্ণ কাম হাতত ভাবি-চিন্তি ল’ব। বিদ্যার্থীৰ বাবে শুভ দিন। শুভ ৰং কমলা। ঘৰুৱাত শুভ।

মিথুন : সন্ধ্যা মন্দিৰত যাব আৰু ৰঙা ফুলেৰে পূজা কৰিব। পশ্চিম দিশত যাত্রা কৰােতে সাৱধান হ’ব। শুভ ৰং ৰঙা। বিদ্যাত শুভ।

কর্কট : মেৰুণ ৰং ব্যৱহাৰ কৰিব। কর্মব্যস্ততা বাঢ়িব। ব্যৱসায়ত আয়-বৃদ্ধিৰ কাৰকতা। শুভ কর্ম কৰিব পাৰে।

সিংহ : আনন্দ প্রাপ্তিৰ যােগ। দিনত নিৰামিষ আহাৰ গ্ৰহণ কৰিব। যােগাযােগত বেয়া নহয়। বগা ৰঙৰ বস্ত্র পৰিধান কৰি সন্ধিয়া মন্দিত চাকি জ্বলাব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮।

কন্যা : গুলপীয়া ৰঙৰ ব্যৱহাৰে আপােনাৰ যাত্রা শুভ কৰিব। সন্ধিয়া মন্দিৰত যাব আৰু হালধীয়া ৰঙৰ ফুলেৰে পূজা কৰিব।

তুলা : পৰাপক্ষত দিনটোত যাত্রা নকৰাই ভাল। হালধীয়া ৰঙৰ বস্ত্র পৰিধান কৰিব। আকস্মিক অর্থ প্রাপ্তিৰ যােগ।

বৃশ্চিক : শৰীৰৰ প্রতি যত্ন লওক। বগা ৰুমাল ব্যৱহাৰ কৰিব। বাণিজ্যক দিশত উন্নত দিন। যাত্ৰাৰ বাবেও দিনটো শুভ।

ধনু :দুপৰীয়া ১২ বজাৰ পাছত যাত্রা নকৰাই ভাল। নীলা ৰং শুভ। বিদ্যাত জটিলতা হ’ব পাৰে।

মকৰ : অত্যন্ত শুভ কথাতাে সন্তোষ কম পাব। পুৱাৰ ভাগত যাত্ৰা কৰিলে ক’লা ৰং ব্যৱহাৰ নকৰিব। আবেলি তিনি বজাৰ পাছত যাত্রা নকৰিব।

কুম্ভ : কর্মক্ষেত্ৰত বাধা নাই। আজি আপুনি ভ্রমণ কৰিলে বিষ্ণু মন্দিৰত পূজা কৰি সোঁ হাতত ৰঙা সুতা বান্ধি ল’ব। ৰঙা ৰঙৰ বস্ত্র পৰিধান কৰিব।

মীন : দৰকাৰী কামত অৱহেলা নকৰিব। শুভ ৰং পাতল গুলপীয়া। সন্ধিয়া তুলসীৰ তলত চাকি জুলাব। বিদ্যার্থীসকলে কষ্ট কৰিব লাগিব।

Exit mobile version