মেষ : ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব। স্বাস্থ্যৰ প্রতি নজৰ দিয়ক। নিবনুৱাৰ কর্মপ্রাপ্তি হ’ব পাৰে। প্রেমত সুখ।
বৃষ :উচ্চ পদস্থ বিষয়াৰ লগত সু-সম্পর্ক বজাই ৰাখিব। আয়ৰ ক্ষেত্র অনুকূল। পাৰিবাৰিক অশান্ত। বিদ্যাত শুভ।
মিথুন :সন্তানৰ উন্নতিয়ে মনত আনন্দ দিব। ভ্রমণ হ’ব পাৰে। কোনাে সংবাদ সংযােগত চিন্তিত হ’ব। বন্ধুবৰ্গৰ দ্বাৰা ক্ষতি হ’ব পাৰে।
কর্কট :কন্যা সন্তানক লৈ চিন্তিত হ’ব। ফুৰা চকাত সতর্ক হ’ব। উৎসাহজনক খবৰে আনন্দিত কৰিব। প্ৰেমত বাধা।
সিংহ : কর্মসূত্রত ভ্ৰমণৰ যােগ আছে। শিল্পীসকলৰ প্রাপ্য সম্মান লাভ আনন্দ। আর্থিক ব্যয় বৃদ্ধি পাব। প্রেমত আনন্দ।
কন্যা : আর্থিক অসুবিধাৰ হ’ব পাৰে। বন্ধুবর্গ দ্বাৰা উপকৃত হ’ব। সন্তানৰ সুকৃতি দেখা যায়। প্রেমত বাধা।
তুলা :পৰােপকাৰ কৰিব যাওঁতে বিপদত পৰা আশংকা বেছি। শৰীৰ মধ্যম। বিবাহ প্রার্থীৰ বিবাহ প্রস্তাৱ আহিব পাৰে। বিদ্যাত শুভ।
বৃশ্চিক : কিছুমান দিশত অস্থিৰতা অনুভৱ কৰিব। সন্তান সুখ ভ্ৰমণত সাৱধানতা হােৱা উচিত। উৎকণ্ঠা বাঢ়িব বিদ্যাত মধ্যম।
ধনু : আপােনাৰ কর্মদক্ষতাৰ বাবে আনে প্রশংসা কৰিব। আর্থিকত আয়-ব্যয় সমান। বিদ্যাত শুভ। দাম্পত্যত মতানক্য।
মকৰ : কর্মক্ষেত্ৰত জটিলতাৰ সন্মুখীন হ’ব পাৰে। ব্যয়ৰ মাত্রা বৃদ্ধি পাব। গৱেষক সকলৰ দায়িত্ব বৃদ্ধি পাব দাম্পত্যত শুভ।
কুম্ভ : নতুন কোনাে পৰিকল্পনা হাতত ল’ব পাৰে। কর্মব্যস্ততা বৃদ্ধি পাব। প্রেমত প্রতাৰিত হ’ব পাৰে। সন্তানক লৈ চিন্তা।
মীন : আয় বৃদ্ধিৰ বিকল্প চেষ্টা সাফল্য লাভ। ভ্রমণ নকৰাই ভাল। প্রেম প্রণয়ত শুভ। সৰু-সুৰা অসুখ হ’ব পাৰে।