ক’ভিড-১৯ আক্ৰান্ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

Arvindkejriwalani 1641104734128 1641104734298

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে পুৱা টুইট কৰে যে তেওঁ ক’ভিডত আক্রান্ত হৈছে আৰু ঘৰত নিভৃতবাসত আছে ।

“মই ক’ভিডত আক্রান্ত হৈছো । মৃদু উপসৰ্গ আছে । ঘৰত নিজকে পৃথক কৰি ৰাখিছো । যিসকলে যোৱা কেইদিনমানত মোৰ স’তে যোগাযোগ কৰিছিল, অনুগ্ৰহ কৰি নিজকে পৃথক কৰক আৰু নিজকে পৰীক্ষা কৰাওক,” পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত আগন্তুক নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই থকা মুখ্যমন্ত্ৰীগৰাকীয়ে পোষ্ট কৰে ।

Exit mobile version